• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ১ মাৰ্চত অসমত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপ-নিৰ্বাচন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 4, 2021 4:19 pm

1 min read

Rajya-Sabha-election-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

251
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে সদৰী কৰে যে অসমত বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পাছত খালী হোৱা ৰাজ্যসভাৰ আসনখন পূৰণ কৰাৰ বাবে অহা ১ মাৰ্চত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিপিএফ নেতা বিশ্বজিৎ দৈমাৰীয়ে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছত ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল।

অসমৰ ৰাজ্যসভাৰ আসনখন যোৱা ২০২০ৰ ২১ নৱেম্বৰৰ পৰা খালী হৈ আছে। এই সাংসদ পদটোৰ কাৰ্যকাল অহা ২০২৬ৰ ৯ এপ্ৰিলত সমাপ্ত হ’ব।

নিৰ্বাচন আয়োগৰ এক বিবৃতিত কোৱা হয় যে উপ-নিৰ্বাচনটোৰ বাবে অহা ১১ ফেব্ৰুৱাৰিত জাননী জাৰি কৰা হ’ব।

অহা ১৮ ফেব্ৰুৱাৰিত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৯ ফেব্ৰুৱাৰিত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব।

সেইদৰে, ২২ ফেব্ৰুৱাৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪বজালৈকে ভোটদান অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে অহা ৩ মাৰ্চত ভোটগণনা কৰা হ’ব।

গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই নিয়াৰ বাবে নিৰ্বাচন আয়োগে বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে।

কোভিড-১৯ৰ বিধি অনুসৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এই নিৰ্দেশনাটোত কোৱা হৈছে।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd