• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমসহ ১০ ৰাজ্যত ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা; ভোটদানৰ বাবে আয়োগৰ বিশেষ নিৰ্দেশনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2026 11:47 am
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নিৰ্বাচন আয়োগে বুধবাৰে ১০ খন ৰাজ্যৰ খালী হ’বলগীয়া ৩৭ খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। অহা এপ্ৰিল মাহত এই সদস্যসকলৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আয়োগে সদৰী কৰিছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসম, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, পশ্চিম বংগ, বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ পৰা নিৰ্বাচিত হোৱা ৩৭ জন সদস্যৰ কাৰ্যকাল অহা এপ্ৰিল মাহত অন্ত পৰিব। সেই অনুসৰি খালী হ’বলগীয়া এই আসনসমূহৰ বাবে নতুন সদস্য নিৰ্বাচিত কৰা হ’ব।

Apply Now

আয়োগে প্ৰকাশ কৰা বিবৃতি অনুসৰি ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম দিন ৫ মাৰ্চ ধাৰ্য কৰা হৈছে আৰু ৬ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ইচ্ছুক প্ৰাৰ্থীসকলে ৯ মাৰ্চ পৰ্যন্ত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। অহা ১৬ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনাই বিয়লি ৫ বজাত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ২০ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আয়োগে নিৰ্দেশ দিছে।

ভোটদানৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। বেলট পেপাৰত পচন্দৰ চিহ্ন দিবলৈ ভোটাৰসকলে কেৱল ৰিটাৰ্নিং অফিচাৰে যোগান ধৰা নিৰ্ধাৰিত বেঙুনীয়া ৰঙৰ স্কেটচ পেনহে ব্যৱহাৰ কৰিব পাৰিব। আন কোনো কলম ব্যৱহাৰ কৰিলে সেই ভোট অবৈধ বুলি গণ্য কৰা হ’ব। নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰিবলৈ নিৰীক্ষক নিযুক্তিৰো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

আনহাতে, অসম, কেৰালা, পণ্ডিচেৰী, তামিলনাডু আৰু পশ্চিম বংগৰ দৰে নিৰ্বাচনমুখী ৰাজ্যসমূহৰ ভোটাৰসকলক ইভিএম (EVM) আৰু ভিভিপেট (VVPAT) সম্পৰ্কে অৱগত কৰিবলৈ আয়োগে এক ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে। ১০ ফেব্ৰুৱাৰী পৰ্যন্ত ২৯,০০০ তকৈ অধিক স্থানত ম’বাইল ভেনৰ জৰিয়তে এই অভিযান চলোৱা হৈছে। ইতিমধ্যে ১.২০ লাখৰো অধিক ভোটাৰে এই প্ৰদৰ্শন কেন্দ্ৰসমূহত অংশগ্ৰহণ কৰিছে আৰু ১.১৬ লাখৰো অধিক লোকে ‘মক ভোট‘ৰ (Mock Vote) জৰিয়তে ভোটদান প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰিছে বুলি আয়োগে সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd