• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদিপুৰুষে আমুৱালে! দৰ্শকৰ মনোজগত জিনিবলৈ পুনৰ আহিছে ৰামানন্দ সাগৰৰ ৰামায়ণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 1:03 pm
Adipurush Ramanand Sagar Ramaya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত বিগ বাজেটৰ বলীউডী চিনেমা আদিপুৰুষ বিগত ১৬ জুনত ছবিগৃহত মুক্তি পাইছিল। ছবিখনৰ মুক্তিৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। আদিপুৰুষৰ সংলাপ তথা কাৰিকৰী কাৰ্যক সহজভাৱে ল’ব পৰা নাই দৰ্শকসকলে।

কেৱল হিন্দু ধৰ্মাৱলম্বী লোকসকলেই নহয়, আদিপুৰুষক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ ইছলাম তথা আন ধৰ্মাৱলম্বী লোকসকলেও। মূলত: ৰামায়ণৰ কাহিনী তথা চৰিত্ৰসমূহক বিকৃত ৰূপত উপস্থাপন কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে সকলোৱে।

Apply Now

পিছে ৰামায়ণৰ কাহিনীয়ে মন আলোড়িত কৰা দেশৰ লোকসকললৈ আহিছে এক সু-সংবাদ। অতিশীঘ্ৰেই ভাৰতীয় দৰ্শকসকলে টেলিভিচনত উপভোগ কৰিবলৈ পাব প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰিয় ৰামানন্দ সাগৰৰ ৰামায়ণ।

ৰামায়ণ বুলিলেই বছৰ বছৰ ধৰি ভাৰতীয় লোকসকলৰ মন-মগজুত প্ৰতিষ্ঠিত হৈ আছে ৰামানন্দ সাগৰে নিৰ্মাণ কৰা এই ধাৰাবাহিকখন। এতিয়া আদিপুৰুষে ভাৰতীয় দৰ্শকৰ মনত তোলা ক্ষোভৰ অন্ত পেলাবলৈ অহা ৩ জুলাইৰ পৰা পুনৰ টেলিভিচনত প্ৰচাৰিত হ’ব ৰামানন্দ সাগৰৰ ৰামায়ণ।

শ্বেমাৰু টিভিয়ে সামাজিক মাধ্যমত এক পোষ্ট যোগে এই ধাৰাবাহিকখন ৩ জুলাইৰ পৰা চেনেলটোত সম্প্ৰচাৰ আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। ৩ জুলাইৰ পৰা সন্ধিয়া ৭.৩০ বজাৰ পৰা চেনেলটোত ৰামায়ণ দৰ্শনৰ সুযোগ লাভ কৰিব দৰ্শকে।

গতিকে ভাৰতীয় দৰ্শকসকলে পুৰণি এই ৰামায়ণ উপভোগ কৰি নিজৰ মন-মগজুক শিহৰিত কৰি তোলাৰ পুনৰ এবাৰ সুযোগ লাভ কৰিব। লগতে আদিপুৰুষে নতুন প্ৰজন্মৰ মাজত ৰামায়ণৰ যি ধাৰণা দাঙি ধৰিলে, সেই ধাৰণা ৰামানন্দ সাগৰৰ ৰামায়ণে এতিয়া আঁতৰ কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, প্ৰভাস, কৃতি ছেনন, ছৈফ আলী খান অভিনীত আৰু ওম ৰাউটৰ পৰিচালনাৰে ৫০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত আদিপুৰুষৰ সংলাপ লিখিছে মনোজ মুণ্টাছিৰে। মুণ্টাছিৰে ছবিখনত হিন্দু ধৰ্মত ভগৱান জ্ঞান কৰা হনুমানৰ মুখত কিছু বিতৰ্কিত সংলাপ দিয়া বুলি অভিযোগ উঠিছে।

লগতে ছবিখনত ৰাৱণকে ধৰি অন্যান্য চৰিত্ৰসমূহৰ বেশ-ভূষা, সাজ-সজ্জা তথা ভিএফএক্স আৰু আন কাৰিকৰী কৌশলসমূহেও দৰ্শকসকলৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। আনকি এনে কাৰণতে ৰামানন্দ সাগৰৰ ৰামায়ণত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে আদিপুৰুষক ‘হলিউডৰ কাৰ্টুন’ বুলিও কটাক্ষ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd