DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ক’ৰণাৰ ভয়াৱহ সংক্ৰমণ: ৰঞ্জী ট্ৰফী স্থগিত ৰাখিলে বিচিচিআইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2022 7:12 am
Ranji Trophy
159
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দেশত বৰ্ধিত ক’ভিদ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰঞ্জী ট্ৰফী ছিজনৰ আৰম্ভণি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

ভাৰতৰ প্ৰধান ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাখন ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। ব’ৰ্ডে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিযোগিতাখন স্থগিত ৰখাৰ কথা অৱগত কৰে।

“ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) মঙলবাৰে দেশত বৰ্ধিত ক’ভিদ-১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২০২১-২২ বৰ্ষৰ বাবে ৰঞ্জী ট্ৰফী, কৰ্ণেল চি কে নায়ুডু ট্ৰফী আৰু জ্যেষ্ঠ মহিলা টি-২০ লীগ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰঞ্জী ট্ৰফী আৰু কৰ্ণেল চি কে নায়ুডু ট্ৰফী এই মাহত আৰম্ভ হোৱাৰ কথা আছিল আনহাতে ছিনিয়ৰ মহিলা টি-২০ লীগ ফেব্ৰুৱাৰীত আৰম্ভ হোৱাৰ কথা আছিল।” বিচিচিআইৰ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে বিচিচিআইয়ে খেলুৱৈ, সহায়ক কৰ্মচাৰী, মেচ বিষয়া আৰু জড়িত অন্যান্য অংশগ্ৰহণকাৰীসকলৰ সুৰক্ষাৰ সৈতে আপোচ কৰিব নিবিচাৰে আৰু সেয়েহে পৰৱৰ্তী জাননী নোপোৱালৈকে তিনিখন প্ৰতিযোগিতা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

বিচিচিআইয়ে পৰিস্থিতিৰ মূল্যাঙ্কন অব্যাহত ৰাখিব আৰু সেই অনুসৰি প্ৰতিযোগিতাৰ আৰম্ভণিৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব।

ৰঞ্জী চিজনত প্ৰথম ৰাউণ্ড ১৩ জানুৱাৰীৰ পৰা কলকাতা, বাংগালোৰকে ধৰি ছয়খন চহৰত আৰম্ভ হোৱাৰ কথা আছিল।

উল্লেখ্য যি শেহতীয়াকৈ বংগ দলৰ পাঁচজন খেলুৱৈসহ ছয়জনৰ শৰীৰত ক’ভিদৰ উপস্থিতি ধৰা পৰিছে। আনহাতে মুম্বাইৰ খেলুৱৈ শিৱম ডুবেও ক’ৰণাত আক্ৰান্ত হোৱাৰ পিছত আইচ’লেশ্যনত আছে।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd