• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়া Rapido বাইক চালকে ঘৰতে গ্ৰাহকক যোগান ধৰিব অত্যাৱশ্যকীয় সামগ্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 7:36 am
Rapido_Facebook
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপ ভিত্তিক বাইক টেক্সী সেৱা আগবঢ়োৱা কোম্পানী ৰেপিড’ (Rapido)য়ে লকডাউনৰ সময়ত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰবৈল আগবাঢ়ি আহিছে।

কোম্পানীটোৱে ইয়াৰ বাবে বিগ বাস্কেট, বিগ বাজাৰ আৰু স্পেনছাৰ ৰিটেইলৰ দৰে অনলাইন শ্বপিং ৱেবছাইটৰ সৈতে চুক্তিত আৱদ্ধ হৈছে।

Apply Now

অৰ্থাৎ ৰেপিড’ বাইকৰ জৰিয়তে এতিয়া বিগ বাস্কেট, বিগ বাজাৰ আৰু স্পেনছাৰ ৰিটেইলৰ সামগ্ৰী গ্ৰাহকৰ ঘৰত ডেলিভাৰী কৰা হ’ব।

চুক্তিবদ্ধ হোৱাৰ পাছত ৰেপিড’ৰ ফালৰ পৰা কোৱা হৈছে যে গ্ৰাহকৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যেৰে কোম্পানীটোৱে বিগ বাস্কেট, বিগ বাজাৰ আৰু স্পেনছাৰ ৰিটেইলৰ সৈতে চুক্তিত আৱদ্ধ হৈছে।

ৰেপিড’ৰ ফালৰ পৰা জানিবলৈ দিয়া মতে এনেধৰণে সামগ্ৰী যোগান ধৰাৰ বিষয়কলৈ তেওঁলোকৰ আৰু আন কেইটামান কোম্পানীৰ সৈতেও কথা চলি আছে।

ৰেপিড’ই জনায় যে দেশখনৰ ৯০খন চহৰৰ গ্ৰাহকৰ চাহিদা পূৰণ কৰি সামগ্ৰীৰ যোগান ধৰিবলৈ তেওঁলোকৰ ৭০ শতাংশ বাইক চালক সাজু আছে।

উল্লেখযোগ্য যে ৰেপিড’ বাইক টেক্সী সেৱা ২০১৫চনত আৰম্ভ হৈছিল। এতিয়ালৈকে দেশৰ ৯৫খন চহৰত ইয়াৰ সেৱা চলি আছে। তদুপৰি, ৰেপিড’ বাইক সেৱা গ্ৰহণ কৰা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।

কম খৰচত যাত্ৰা কৰিব পৰা আৰু সহজতেই পাব পৰাৰ সুবিধাৰ বাবেই ৰেপিড’ই কম সময়ৰ ভিতৰতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা ২১ দিনীয়া লকডাউনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান বাধাগ্ৰস্ত হৈছে। তদুপৰি, বিগ বাস্কেট, বিগ বাজাৰ আৰু স্পেনছাৰ ৰিটেইলৰ দৰে কোম্পানীসমূহৰো ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে। এতিয়া এই সোৱাৰ জৰিয়তে বহু লোকৰ সমস্যা দূৰ হ’ব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd