• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ধৰ্ষণ, হত্যাৰ চেষ্টা চলোৱাত অভিযুক্ত সম্ভু বসুমতাৰীক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2018 8:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত তথা ধৰ্ষণকাৰী সম্ভু বসুমতাৰীক আজি উত্তৰ কোকৰাঝাৰৰ আউদাং বজাৰৰ স্থানীয় ৰাইজে কৰায়ত্ত কৰি পিছত আৰক্ষীক চমজাই দিয়ে।
অভিযুক্ত বসুমতাৰীয়ে দুমাহৰ পূৰ্বতে এগৰাকী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক ধৰ্ষণৰ লগতে হত্যাৰ চেষ্টা চলাইছিল। আৰু তাৰ পিছৰে পৰা বসুমতাৰী পলাতক অৱস্থাত আছিল।
ইফালে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ৫ আগষ্টত পাটগাঁও আউটপোষ্টত সম্ভু বসুমতাৰীৰ বিৰুদ্ধে বসুমতাৰীয়ে ছাত্ৰী গৰাকীক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱা বুলি এজাহাৰ দাখিল কৰিছিল।
আৰু আৰক্ষীয়ে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি ৩৬৬, ৩৪২, ৩৭৬, ৩২৫, ৪৪৭ ধাৰাৰ অধীনত ৫১/২০১৮ নম্বৰত বসুমতাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
কোকৰাঝাৰ জিলাৰ পাটগাঁও আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দৰ সিঙে জনোৱা অনুসৰি সম্ভু বসুমতাৰীয়ে ছাত্ৰী গৰাকীক ধৰ্ষণ কৰি পিছত আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল। আৰু তাৰ পিছৰে পৰা পলাই আছিল।
তাৰ পিছৰে পৰা বসুমতাৰীক আটক কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল যদিও বসুমতাৰী পলাতক অৱস্থাত আছিল।
অৱশ্যে আজি পলাতক অৱস্থাত থকা বসুমতাৰীক আউদাং বজাৰৰ স্থানীয় ৰাইজে কৰায়ত্ত কৰি পিছত আৰক্ষীক চমজাই দিয়ে।
আটকাধীন সম্ভু বসুমতাৰীয়ে আজি আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে ছাত্ৰী গৰাকীৰ লগত মোবাইলত ৰং নাম্বাৰ লাগি প্ৰথম অৱস্থাত চিনাকী হৈছিল আৰু ৪ অক্টোবৰত প্ৰথমবাৰৰ বাবে ছাত্ৰী গৰাকীক বসুমাতৰীয় লগ কৰিছিল। আৰু সেইদিনাই ছাত্ৰী গৰাকীক বসুমতাৰীয়ে আফালাগঁৱৰ ৭ নম্বৰৰ বাসগৃহলৈ লৈ গৈছিল।
ইফালে ভুক্তভোগী ছাত্ৰী গৰাকী বঙাইগাঁও হস্পিতালৰ আই চি ইউত ভৰ্তি হৈ থকা বুলি জানিব পৰা গৈছে।
Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd