• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চতাৰকাযুক্ত হোটেলত উদ্ভণ্ডালি! আমেৰিকান ৰেপাৰ ট্ৰেভিছ স্কটক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2024 5:04 pm
233
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে পেৰিছৰ বিলাসী জৰ্জ পঞ্চম হোটেলত উদ্ভণ্ডালি কৰা বাবে গ্ৰেমী বঁটাৰ বাবে মনোনীত ৰেপাৰ তথা গায়ক ট্ৰেভিছ স্কটক গ্ৰেপ্তাৰ কৰা হয়।

পেৰিছৰ ৰাজহুৱা অভিযুক্ত কাৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে ৯ আগষ্ট শুকুৰবাৰে পুৱাই ‘ফেইন’ গায়কজন আৰু এজন নিৰাপত্তাৰক্ষীৰ মাজত হোৱা কাজিয়া ভাঙিবলৈ হোটেলখনলৈ আৰক্ষীক মাতি অনাৰ পাছতে ৩৩ বছৰীয়া ট্ৰেভিছ স্কটক গ্ৰেপ্তাৰ কৰা হয়।

ট্ৰেভিছ আৰু নিজৰ দেহৰক্ষীৰ মাজত চলি থকা কাজিয়াত হস্তক্ষেপ কৰিছিল হোটেলৰ নিৰাপত্তাৰক্ষীগৰাকীয়ে। এই সন্দৰ্ভত অধিক সবিশেষ প্ৰকাশ পোৱা নাই যদিও আৰক্ষীয়ে এতিয়াও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে বুলি বিবৃতিটোত আৰু কোৱা হৈছে।

২০২৪ চনৰ চলি থকা অলিম্পিকৰ বাবে পেৰিছত আছিল ট্ৰেভিছ। বৃহস্পতিবাৰে নিশা পুৰুষৰ বাস্কেটবলৰ ছেমিফাইনেলত ছাৰ্বিয়াৰ বিৰুদ্ধে আমেৰিকাৰ ৰেলীত অংশ লৈছিল তেওঁ।

উল্লেখ্য যে, ২০২৪ চনৰ জুন মাহত ফ্ল’ৰিডাৰ এখন ইয়টত হুলস্থূলৰ পাছত ট্ৰেভিছ স্কটক ‘মদ্যপান আৰু ট্ৰেছপাছিং’ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি চিএনএনে প্ৰকাশ কৰিছে।

Recent News

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd