• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাছৰ বজাৰত প্ৰতি কেজিত ১০,০০০টকাকৈ বিক্ৰী হোৱা এইটোনো কি মাছ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 2, 2019 2:41 pm

1 min read

449762-whatsapp-image-2019-11-01-at-09.41.11

মাছমৰীয়াই ধৰা বিৰল প্ৰজাতিৰ ময়ুৰী মাছটো। ফটো: জী নিউজৰ সৌজন্যত

45.4k
VIEWS
Share on FacebookShare on Twitter

এটা প্ৰকাণ্ড মাছ। দুৰ্লভ প্ৰজাতিৰ এই মাছটো চাবলৈ বৃহৎ সংখ্যক স্থানীয় লোকে ভিৰ কৰেহি। কিয়নো এনেকুৱা এটা মাছ ইয়াৰ আগেয়ে তেওঁলোকৰ জীৱনত দেখা প্ৰায় মনত নপৰে।

উৰিষ্যাৰ ৰাজনগৰৰ তালচুৱা অঞ্চলত ধৰা হৈছিল এই বিৰল প্ৰজাতিৰ মাছটো।

মাছটো দীঘাৰ বজাৰত ব্যৱসায়ীয়ে প্ৰতি কেজিত ১০,০০০টকাকৈ বিক্ৰী কৰাৰ বাবে লৈ যায়। মাছটোৰ মুঠ দৰ ২ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

মাছটোক ময়ুৰী মাছ বুলি কোৱা হৈছে। মাছটোক বিক্ৰী কৰিবলৈ নিয়াৰ পূৰ্বে স্থানীয় লোকে সভা চাবলৈ যোৱাৰ দৰে আহি ভিৰ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২৫ ছেপ্তেম্বৰত এজন মাছমৰীয়াই এটা মাছ ৭ লাখ ৪৯ হাজাৰ টকাত বিক্ৰী কৰিছিল।

সেই বিশেষ প্ৰজাতিৰ মাছটোক ‘ড্ৰ’ন সাগৰ’ বুলি চিনাক্ত কৰা হৈছিল। তেতিয়া বহু দীৰ্ঘ সময়ৰ পাছত এই বিশেষ প্ৰজাতিৰ মাছটো দেখিবলৈ পোৱা গৈছিল।

মাছমৰীয়া জনে ধৰিবলৈ সক্ষম হোৱা এই বিশেষ প্ৰজাতিৰ মাছটোৰ ওজন ১০৭ আছিল কিলোগ্ৰাম।

বিশেষ প্ৰজাতিৰ সেই মাছটো চেন্নাইৰ এটা দৰৱৰ কোম্পানীয়ে প্ৰতি কিলোগ্ৰাম ৭০০০ টকাকৈ মুঠ ৭ লাখ ৪৯ হাজাৰ টকাত ক্ৰয় কৰি নিছিল।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd