DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাউলীত ৰাস মহোৎসৱৰ শুভাৰম্ভ : আৰম্ভণিৰ দিনাই লোকে লোকাৰণ্য হাউলী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 23, 2018 7:20 am
e7ab61f8-9635-47be-84e6-9bf7dd2fd390

হাউলীৰ ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভক্ত-দৰ্শনাৰ্থীৰ মাজত উপায়ুক্ত থানেশ্বৰ মালাকাৰ। ফটো : নৰ্থইষ্ট নাও

438
VIEWS
Share on FacebookShare on Twitter

ইতিহাস প্ৰসিদ্ধ ৰজা চণ্ডী বৰুৱাৰ ৰাজ হাউলী খ্যাত বৰপেটাৰ হাউলীত বহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷

হাউলীৰ ৰাস মন্দিৰ প্ৰাংগনত ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাস মহোৎসৱ উদ্বোধন কৰে জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ৷ ইয়াৰ পূৰ্বে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই ৷

হাউলীত ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ “মুৰুলী” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হাউলী ৰাস মহোৎসৱৰ আৰম্ভণিৰ দিনাই ভক্ত আৰু দৰ্শনাৰ্থীৰে লোকাৰণ্য হৈ পৰে ৰজা চণ্ডী বৰুৱাৰ ৰাজ হাউলী খ্যাত হাউলী ৷ উল্লেখ্য যে, ৯১ সংখ্যক হাউলী ৰাস মহোৎসৱৰ এইবাৰৰ বাজেট প্ৰায় ৯০ লাখ টকা ৷

এইবাৰৰ হাউলী ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে হাউলী ৰাস উদযাপন সমিতিয়ে। তদুপৰি, ৰাসস্থলীত পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থাও কৰিছে জিলা প্ৰশাসনে।

ঐতিহ্যমণ্ডিত তথা সমন্বয়ৰ থলী হাউলী ৰাস মহোৎসৱলৈ ৰাইজক আদৰণি জনাইছে উদযাপন সমিতিয়ে।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd