• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুহূৰ্ততে লেণ্ডমাইন বিচাৰি উলিয়াব পৰা এটা বিশেষ এন্দুৰক দিয়া হৈছে সাহসিকতাৰ সোণৰ পদক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2020 11:45 am
EivTR7vXkAAdDPP

মাগাৱয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সিংহ আৰু নিগনিৰ গল্পটো আমি সকলোৱে জানো। সকলোৰে কিবা নহয় কিবা এটা বিশেষ গুণ থাকিবই পাৰে। বিপদত সিংহকো সহায় কৰিব পৰা সক্ষমতাৰ কথা নিগনিয়ে গল্পটোত প্ৰমান কৰি থৈছে।

পিচে, সেইটো আছিল এটা সাধুকথা। কিন্তু বাস্তৱতে, এইবাৰ এনে এটা সৰু এন্দুৰে  সাহসিকতাৰ বাবে লাভ কৰিলে সোণৰ পদক।

Apply Now

আচৰিত যেন লাগিলেও এয়া সত্য। ক্ষুদ্ৰাকৃতিৰ এই এন্দুৰটোৱে প্ৰকৃততে মাটিত পুতি ৰখা লেণ্ডমাইন উদ্ধাৰ কৰাৰ বাবে সিদ্ধহস্ত।

প্ৰশিক্ষিত মানুহেও য’ত শংকাৰ মাজেৰে এনে কাম কৰিবলৈ আগবাঢ়ে তাত এই এন্দুৰটোৱে অতি সহজেই সেই কাম কৰি পেলায়।

এনে কাৰণতে আফ্ৰিকাৰ এই এন্দুৰটোক কম্বোডিয়াত সোণৰ পদকেৰে পুৰষ্কৃত কৰা হয়।

বাতৰি অনুসৰি মাগাৱয়া নামৰ এই এন্দুৰটোৱে এতিয়ালৈকে ৩৯টা লেণ্ডমাইন আৰু ২৮টা বিস্ফোৰক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ই প্ৰায় ২০খন ফুটবল খেলপথাৰৰ সমান ১লাখ ৪১হাজাৰ বৰ্গ কিলোমিটাৰ পৰীক্ষা কৰিছে।  এই ধৰণৰ আফ্ৰিকাৰ এন্দুৰবোৰক সাধাৰণতে মাটিৰ তলত থকা লেণ্ডমাইন বা বিস্ফোৰক বিচাৰি উলিওৱা কামত লগোৱা হয়।

This official Hero Rat has been awarded a gold medal for his “lifesaving bravery and devotion to duty” in detecting landmines.

Read more about Magawa's remarkable detection skills here:https://t.co/nhhepj4w8r pic.twitter.com/XruzxROG15

— ITV News (@itvnews) September 25, 2020

ইয়াৰ বাবে অৱশ্যে দীঘলীয়া প্ৰশিক্ষণৰ প্ৰয়োজন হয়। এইক্ষেত্ৰত  APOPOনামৰ সংস্থাটোৱে এনে ধৰণৰ এন্দুৰবোৰক প্ৰশিক্ষণ দি দক্ষ কৰি তোলে।

কম্বোডিয়াৰ পিডিএছএ নামৰ এটা সংস্থাই মাগাৱয়াক সোণৰ পদকেৰে পুৰষ্কৃত কৰিছে। তেওঁলোকৰ ৭৭বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এইদৰে এটা এন্দুৰে এইদৰে পুৰষ্কৃত হৈছে।

মাগাৱাৰ সোণৰ পদক জয়ক লৈ বিশ্বত আলোডনৰ সৃষ্টি হয়। পিডিএছএ এই খৱৰ টুইট কৰি দিয়া প’ষ্টটো ভাইৰেল হৈ পৰিছে আৰু ছচিয়েল মিডিয়াত এন্দুৰৰ কৃতিত্বৰ প্ৰশংসাৰে ভৰি পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd