• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

একেদিনাই দুটাকৈ অভিলেখ ভংগ অশ্বিনৰ, অতিক্ৰম কৰিলে কিংবদন্তী ৱাছিম আক্ৰামকো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2021 9:21 pm
Ravichandran Ashwin Overtakes Harbhajan Singh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ড আৰু ভাৰতৰ মাজত চলিত টেষ্টৰ তৃতীয় দিনা আজি দুটাকৈ ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে ভাৰতৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে।

খেলখনত কাইল জেমিছনৰ ৰূপত অশ্বিনে তেওঁৰ দ্বিতীয়টো উইকেট দখল কৰাৰ লগে লগে তেওঁ ৱাছিম আক্ৰামৰ টেষ্ট কেৰিয়াৰৰ মুঠ ৪১৪ টা উইকেটৰ অভিলেখ অতিক্ৰম কৰে।

টেষ্টখনৰ প্ৰথম ইনিংছত তিনিটা উইকেট দখল কৰা অশ্বিনে এতিয়া তেওঁৰ ৮০ তম খেলত ৪১৬ টা উইকেট লাভ কৰিছে। আক্ৰামে ১০৪ খন খেলত ৪১৪ টা উইকেট দখল কৰিছিল। উল্লেখ্য এই তালিকাত আন এজন ভাৰতীয় স্পিনাৰ হৰভজন সিঙক অতিক্ৰম কৰিবলৈ অশ্বিনক মাত্ৰ দুটা উইকেটৰ প্ৰয়োজন।

Apply Now

ৰবিচন্দ্ৰন অশ্বিনে ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। টেষ্ট কেৰিয়াৰত তেওঁ ৩০ বাৰ এটা ইনিংছত পাঁচ টা উইকেট লাভ কৰিছে। লগতে এখন মেচত ৭ বাৰ দহটা বা তাতকৈ অধিক উইকেট লাভ কৰিছে।

সৰ্বাধিক উইকেট সংগ্ৰহকাৰী তালিকাত অশ্বিনতকৈ ওপৰত থকা অধিকাংশ বলাৰৰ তুলনাত অশ্বিনৰ বলিং গড় উন্নত।

টেষ্ট কেৰিয়াৰত সৰ্বাধিক উইকেট দখলৰ তালিকাত অশ্বিনতকৈ আগত আছে — মুৰলীধৰণ (৮০০), ৱাৰ্ণ (৭০৮), এণ্ডাৰচন (৬৩২), কুম্বলে (৬১৯), মেকগ্ৰাথ (৫৬৩), ব্ৰড (৫২৪), ৱালছ (৫১৯), ষ্টেইন (৪৩৯), কপিল দেৱ (৪৩৪), হেৰাথ (৪৩৩), হেডলী (৪৩১), পোলক (৪২১) আৰু হৰভজন (৪১৭)।

ইয়াৰ উপৰিও অশ্বিনে আজি আন এটা অভিলেখো স্থাপন কৰিছে। তাৰকা ভাৰতীয় অফ স্পিনাৰ গৰাকীয়ে উইল ইয়ঙৰ উইকেট লাভ কৰি পাকিস্তানৰ পেচাৰ শ্বাহিন শ্বাহ আফ্ৰিদীক অতিক্ৰম কৰি ২০২১ কেলেণ্ডাৰ বৰ্ষত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। এই বৰ্ষত অশ্বিনে ৪৩ টা টেষ্ট উইকেট লাভ কৰিছে।

উল্লেখ্য যে খেলখনত ভাৰতৰ প্ৰথম ইনিংছৰ ৩৪৫ ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে প্ৰথম ইনিংছত ২৯৬ ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ৪৯ ৰানৰ অগ্ৰগতি লোৱাৰ পাছতে ভাৰতে তৃতীয় দিনৰ অন্তত ১ টা উইকেট হেৰুৱাই ১৪ ৰান সংগ্ৰহ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd