• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেংকসমূহলৈ RBIৰ ডাঙৰ সকাহ; ৰিভাৰ্ছ ৰেপ’ ৰেটত কৰ্তন ২৫ বেছিছ পইন্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2020 12:00 pm
shaktikant_1587099726_618x347 new

আৰ বি আইৰ গৱৰ্ণৰ শশীকান্ত দাস।

98.3k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ আতংক আৰু লকডাউন চলি থকাৰ মাজতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই (RBI)কেইবাটাও ৰেহাইৰ কথা ঘোষণা কৰিছে।

ৰিভাৰ্ছ ৰেপ’ ৰেটত ২৫ বেছিছ পইন্ট হ্ৰাস কৰা হৈছে। এতিয়া ৰিভাৰ্ছ ৰেপ’ ৰেট ৪শতাংশৰ পৰা হ্ৰাস পাই ৩.৭৫ শতাংশ হ’ল।

ৰিভাৰ্ছ ৰেপ’ ৰেটত কৰ্তন কৰাৰ ফলত বেংকসমূহৰ লাভ হ’ব। এতিয়া বেংকবোৰে ঋণ পোৱাত অসুবিধা নহ’ব।

আৰ বি আইৰ গৱৰ্ণৰ শশীকান্ত দাসে কয় যে কোভিড-১৯ ৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া পৰ্যায়ৰ কৰ্পোৰেটৰ নগদৰ বহুত অসুবিধা হৈছে। সেয়েহে লকডাউন ২.০ৰ ঘোষণা কৰা হৈছে।

বৰ্তমান ৫০,০০০ কোটি টকাৰে আৰম্ভণি কৰা হৈছে আৰু ইয়াৰ পাছত পৰিস্থিতিৰ পৰ্যালোচনা সাপেক্ষে আৰু বৃদ্ধি কৰা হ’ব।

লকডাউন ২.০ চলি থকাৰ সময়ত ৫০ শতাংশ মুঠ ধন ক্ষুদ্ৰ, মজলীয়া পৰ্যায়ৰ কৰ্পোৰেট, এন বি এফ চি, এম এফ আইলৈ যাব। ইয়াৰ বাবে আজিয়েই অধিসূচনা জাৰি কৰা হ’ব।

আৰ বি আইৰ গৱৰ্ণৰ শশীকান্ত দাসে শুকুৰবাৰে কয় যে আই এম এফে বৰ্তমান পৰিস্থিতিক বৃহৎ লকডাউন বুলি অভিহিত কৰিছে আৰু বিশ্বই ৯ ট্ৰিলিয়ন ডলাৰৰ ক্ষতিৰ সন্মুখীন হোৱাৰ অনুমান ব্যক্ত কৰিছে। ভাৰত এন কিছুমান দেশৰ মাজত আছে য’ত ১.৯শতাংশ ধনাত্মক বিকাশ হ’ব। জি-২০ দেশসমূহৰ বিকাশ আটাইকৈ ক্ষিপ্ৰ হ’ব।

আৰ বি আইৰ গৱৰ্ণৰ গৰাকীয়ে লগতে কয় যে বিত্তীয় পৰিস্থিতিৰ ওপৰত আৰ বি আইয়ে নজৰ ৰাখিছে। কৰ’নাৰ সৈতে যুঁজত আমাৰ গোটেই টীম অৱতীৰ্ণ হৈছে। আমাৰ ১৫০গৰাকী বিষয়া তথা কৰ্মচাৰী কোৱাৰেন্টাইন হৈয়ো সেৱা আগবঢ়াই আছে। বিত্তীয় ক্ষতি হ্ৰাস কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd