• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গ’ল্ড লোণৰ নিৰ্দেশনাত ডাঙৰ পৰিৱৰ্তন আৰ বি আইৰ! অনিয়ম ৰোধৰ বাবে কঠোৰ পদক্ষেপ

by
April 9, 2025 6:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) গ’ল্ড লোণৰ ক্ষেত্ৰত অনিয়ম ৰোধৰ বাবে কঠোৰ সিদ্ধান্ত লৈছে। নিয়মাৱলী কঠোৰ কৰি গ’ল্ড লোণ প্ৰক্ৰিয়াক অধিক স্বচ্ছ আৰু নিৰাপদ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে বিগত বৰ্ষত গ’ল্ড লোণৰ অভূতপূৰ্ব বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত শীঘ্ৰেই এই বিষয়ে বিশদ নিৰ্দেশনা জাৰি কৰা হ’ব।

২০২৫ চনৰ জানুৱাৰীলৈকে বেংক আৰু নন-বেংকিং বিত্তীয় কোম্পানীসমূহে (এনবিএফচি) প্ৰদান কৰা গ’ল্ড লোণৰ মুঠ পৰিমাণ ১.৭৮ লাখ কোটি টকা, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৭৬.৯ শতাংশ বৃদ্ধি। এই বৃদ্ধিৰ বাবে বেংক আৰু এনবিএফচিৰ বাবে গ’ল্ড লোণ লাভজনক হৈ পৰিছে, কাৰণ ঋণ পৰিশোধ কৰিব নোৱাৰিলে সোণ নিলাম কৰাৰ সুবিধা আছে। বৰ্তমান ঋণৰ সময়সীমা বৃদ্ধি বা পুনৰ ঋণ ল’বলৈ সম্পূৰ্ণ মূলধন আৰু সুত পৰিশোধ কৰিব লাগিব।

Apply Now

আৰ বি আইয়ে গ’ল্ড লোণৰ প্ৰক্ৰিয়াত কেতবোৰ অনিয়ম চিনাক্ত কৰিছে- এইবোৰৰ ভিতৰত আছে তৃতীয় পক্ষৰ অত্যধিক হস্তক্ষেপ, গ্ৰাহকৰ অনুপস্থিতিত সোণৰ মূল্য নিৰ্ধাৰণ, ঋণ লওতাৰ পূৰ্ণাংগ পৰীক্ষাৰ অভাৱ, ঋণৰ ব্যৱহাৰৰ নিৰীক্ষণত দুৰ্বলতা, নিলামত স্বচ্ছতাৰ অভাৱ, ঋণ-মূল্য (এলটিভি) অনুপাতৰ ক্ষীণ নিৰীক্ষণ, আৰু বিপদৰ মূল্যায়নত ভুল।

এই সমস্যা সমাধানৰ বাবে আৰ বি আইয়ে সকলো বেংক আৰু এনবিএফচিক গ’ল্ড লোণৰ নীতি আৰু পদ্ধতি পুনৰীক্ষণ কৰি অসুবিধা চিনাক্ত কৰি তৎক্ষণাৎ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে। গ’ল্ড লোণৰ দ্ৰুত বৃদ্ধিৰ বাবে কঠোৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। লগতে তৃতীয় পক্ষৰ সেৱাৰ ওপৰত নিয়ন্ত্ৰণ শক্তিশালী কৰাৰ নিৰ্দেশ দিয়া হৈছে।

গ’ল্ড লোণৰ সংকট ৰোধ কৰাৰ লক্ষ্য ৰাখি আৰ বি আইৰ এই কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছে। নতুন নিয়মে গ্ৰাহকৰ বাবে অতিৰিক্ত পৰীক্ষণৰ প্ৰয়োজন হ’ব পাৰে যদিও বিশেষজ্ঞসকলে আশা কৰিছে যে ঋণ প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু সুৰক্ষিত হ’ব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd