DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ভিলিয়াৰ্ছৰ বিস্ফোৰণ; আৰ চি বিৰ সহজ জয়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 8:49 am
নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ভিলিয়াৰ্ছৰ বিস্ফোৰণ; আৰ চি বিৰ সহজ জয়
1.2k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে আই পি এলৰ এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ষ্টাৰ বেটছমেন এ বি ডি ভিলিয়াৰ্ছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৭৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।

যাৰ বাবে বেংগালুৰুৱে কলকাতাক ৮২ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

ভিলিয়াৰ্ছে মাত্ৰ ৩৩টা বলত এই বিস্ফোৰক ইনিংছটো খেলে য’ত পাঁচটা চাৰি আৰু ছয়টা বিশাল ছয় কোবায়। ভিলিয়াৰ্ছে কোবোৱা এটা বল ছাৰজাহ ষ্টেডিয়াম পাৰ হৈ ৰাস্তাত পৰে।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন গৰাকীৰ বিস্ফোৰক ইনিংছৰ সহায়তে বেংগালুৰুৱে নাইট ৰাইডাৰ্ছৰ সন্মুখত ১৯৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

প্ৰত্যুত্তৰত দীনেশ কাৰ্তিক নেতৃত্বাধীন নাইট ৰাইডাৰ্ছে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১১২ ৰানহে কৰিবলৈ সক্ষম হয় আৰু মেচখন বিৰাট কোহলী বাহিনীয়ে সহজে জয়ী হয়।

প্ৰতিযোগিতাখনত সাতখন মেচ খেলা বেংগালুৰুৰ এয়া পঞ্চম বিজয় আৰু দলটোৱে ১০ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে।

ইফালে সম সংখ্যক মেচ খেলা কলকাতাৰ এয়া তৃতীয় পৰাজয় আৰু দলটোৱে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।

উল্লেখ্য যে কোহলীৰ সৈতে হোৱা ৪৬টা বলৰ ১০০ ৰানৰ পাৰ্টনাৰশ্বিপত ভিলিয়াৰ্ছে অকলেই ৩৩টা বল খেলে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ভিলিয়াৰ্ছৰ ইনিংছটো কিমান বিস্ফোৰক আছিল।

অন্তিম পাঁচ অভাৰত ভিলিয়াৰ্ছ আৰু কোহলীয়ে মিলি ৮৩ ৰান সংগ্ৰহ কৰে।

Recent News

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd