• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাস্তৱ জীৱনৰ ‘ব্ৰেকিং বেড’! ৰসায়ন বিজ্ঞানৰ ছাত্ৰক ড্ৰাগছ বনাবলৈ নিযুক্তি, আটক ৭ অভিযুক্ত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 25, 2024 8:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ব্ৰেকিং বেড’ নামটো চিনেমাপ্ৰেমীৰ বাবে অতি চিনাকি। ইয়াক বিশ্বৰ শ্ৰেষ্ঠ ধাৰাবাহিক হিচাপে নিৰ্বাচিত কৰা হৈছে। সেই ধাৰাবাহিকখনৰ কাহিনী বাস্তৱত পৰিণত হৈছে! ৰসায়ন বিজ্ঞানৰ এজন ছাত্ৰক এই ঔষধ তৈয়াৰ কৰিবলৈ নিযুক্তি দিয়া হৈছিল। কিন্তু ধাৰাবাহিকখনৰ দৰে কোনেও বৰ বিশেষ লাভ অৰ্জন কৰিব নোৱাৰিলে। কম সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হ’ল ৭ জন।

তেওঁলোকে ‘ব্ৰেকিং বেড’ সদৃশ পৰীক্ষাগাৰৰ পৰা আৰম্ভ কৰি সকলো চেটআপ কৰিছিল। প্ৰয়োজন আছিল মাথোঁ এজন ‘ৰান্ধনী’। তাৰ বাবে গ্ৰেপ্তাৰ হ’ল এগৰাকী ৰসায়ন বিজ্ঞানৰ ছাত্ৰ। সেইটোৱেই হৈ পৰিল তেওঁলোকৰ প্ৰকৃত ‘ৱালটাৰ হোৱাইট’। কিন্তু অৱশেষত সকলো ধৰা পৰিল। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চেন্নাইত। গোপন সূত্ৰৰ ভিত্তিত চেন্নাই আৰক্ষীয়ে যুৱককেইজনৰ আড্ডাৰ স্থানত অভিযান চলায়।

গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৫জন অভিযান্ত্ৰিক স্নাতক, এজন স্নাতকোত্তৰ আৰু এজন ৰসায়ন বিজ্ঞান অধ্যয়ন কৰি আছে। এই ছাত্ৰজনৰ হাততো আছে স্বৰ্ণ পদক! এই ছাত্ৰজনক ড্ৰাগছ বনাবলৈ নিযুক্তি দিছিল। ইতিমধ্যে বিভিন্ন অঞ্চলত তেওঁলো ড্ৰাগছ বিক্ৰী কৰি আছিল। কিন্তু দলটোৱে এই ছাত্ৰজনক ‘কিবা এটা বিশেষ’ কৰাৰ ইচ্ছাৰে দলটোৰ মাজলৈ আনে। কিন্তু আৰক্ষীয়ে তদন্ত কৰে যে কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ ড্ৰাগছ পায়?

Apply Now

আৰক্ষীয়ে তদন্ত কৰি গম পায় যে এই যুৱক কেইজনে অৰুণ কুমাৰ নামৰ এজন ব্যক্তিৰ পৰা সামান্য পৰিমাণৰ ড্ৰাগছ বিক্ৰীৰ বাবে লৈছিল। আগতে এলেকাৰ পৰা এলেকালৈ বিয়পাই দিছিল। কিন্তু হঠাৎ সিহঁতে নিজাকৈ ড্ৰাগছ বনাব বিচাৰে! এই প্ৰেক্ষাপটত তেওঁলোকে সেই ৰসায়ন বিজ্ঞানৰ ছাত্ৰজনক দলটোলৈ অনাৰ পৰিকল্পনা কৰে। আৰক্ষীৰ তালাচীৰ সময়ত তেওঁলোকৰ পৰা ২টা লেপটপ, ৭টা মোবাইল ফোন আৰু ২৪৫ গ্ৰাম মেথ উদ্ধাৰ কৰা হয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd