• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক – ৰাইজৰ দলৰ চৰকাৰৰ প্ৰতি আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2024 8:21 pm
811
VIEWS
Share on FacebookShare on Twitter

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই। চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ প্ৰসংগত সংবাদ মেল সম্বোধন কৰি বড়াই কয় যে, দুখীয়া, মধ্যবিত্তৰ পৰা চিকিৎসাৰ সুবিধাখিনিও কাঢ়ি নিব বিচাৰিছে চৰকাৰখনে।

যি সময়ত চৰকাৰী চিকিৎসালয়ত উপযুক্ত চিকিৎসাৰ বাবে পর্যাপ্ত সুবিধা নাই, যি সময়ত সাধাৰণ ৰাইজে চৰকাৰী চিকিৎসালয়ত যমৰ যাতনা ভুগিব লাগে সেই সময়ত মাচুল বৃদ্ধিৰ ঘটনা কোনো কাৰণতেই গ্রহণযোগ্য নহয়। এটা তথ্য দাঙি ধৰি বড়াই কয় যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এম.আৰ.আই কৰিবৰ বাবে এগৰাকী ৰোগী ৪৫ দিন পর্যন্ত অপেক্ষা কৰিব লাগে।

WHO ৰ মতে প্রতি ১,০০০ জন ৰোগীৰ বিপৰীতে ১ জন ডাক্তৰ থাকিব লাগে যদিও অসমত বর্তমান সময়ত ১ জন ডাক্তৰৰ বিপৰীতে ১,৪৫৩ জন ৰোগী। ইয়েই প্ৰমাণ কৰে অসমৰ ভয়ানক স্বাস্থ্য খণ্ডৰ অৱস্থা। সেই সমস্যাসমূহ সমাধান কৰাৰ যত্ন কৰাৰ বিপৰীতে পুনৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত কেৱল হঠকাৰীয়ে নহয় জনতা বিৰোধীও।

চৰকাৰক এনে সিদ্ধান্ত পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত প্রত্যাহাৰ কৰিবৰ বাবে তেওঁ আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ চৰকাৰখনে বাজেটত স্বাস্থ্য খণ্ডত ব্যয় কৰিবলগীয়া ধনৰ পৰিমান বৰ্তমানৰ ২.৭৬% পৰা বৃদ্ধি কৰি চৰকাৰী চিকিৎসালয়ৰ সেৱাৰ মানদণ্ড উন্নত কৰিব লাগে। চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক, স্বাস্থ্য কর্মী, লেবৰেটৰী টেকনিচিয়ান আদি সকলো পর্যাপ্ত পৰিমাণে নিযুক্তি দি চিকিৎসা সেবাক সুচল কৰি গঢ়ি তুলিব লাগে।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd