• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

SSCৰ বৃহৎ নিয়োগ ; চাওক গুৰুত্বপূৰ্ণ অফিচিয়েল জাননী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 16, 2019 2:48 pm

1 min read

SSCৰ বৃহৎ নিয়োগ ; চাওক গুৰুত্বপূৰ্ণ অফিচিয়েল জাননী

প্ৰতিনিধিত্বমূলক ছবি

2.7k
VIEWS
Share on FacebookShare on Twitter

ষ্টাফ ছিলেকচন কমিছন (SSC)ৰ অধীনত অনুষ্ঠিত কনিষ্টবল (জি ডি) আৰু ৰাইফলমেন (জি ডি) পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ শাৰীৰিক সক্ষমতা পৰীক্ষা (PET) আৰু শাৰীৰিক গুণাগুণ পৰীক্ষা (PST) অহা ১ আগষ্টৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

SSCৰ ৱেবছাইটত প্ৰকাশিত এক জাননী অনুসৰি যিসকল প্ৰাৰ্থীয়ে ২০১৮ চনত অনুষ্ঠিত CAPF, NIA, SSFৰ কনিষ্টবল (জি ডি) আৰু অসম ৰাইফলছৰ ৰাইফলমেন (জি ডি) লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে উক্ত PET/PST পৰীক্ষাত বহিব লাগিব।

জাননীটোত লগতে যদি প্ৰাৰ্থীৰ তথ্য/ৰিজাল্ট সন্দৰ্ভত কিবা খেলি-মেলি ধৰা পৰে তেন্তে তাক অহা ৩১ জুলাইৰ পূৰ্বে এছ এছ চিৰ সংশ্লিষ্ট আঞ্চলিক কাৰ্য্যালয়ৰ দৃষ্টিগোচৰ কৰাবলৈ কোৱা হয়। দৃষ্টিগোচৰ কৰাবলৈ অনাৰ সময়ত প্ৰাৰ্থীসকলক অনলাইন আবেদনপত্ৰ আৰু পৰীক্ষাৰ ষ্ক’ৰৰ এটা প্ৰিণ্ট আউট কপি লগত লৈ আনিবলৈ কোৱা হৈছে।

উল্লেখযোগ্য যে যোৱা ২৬ জুনত এছ এছ চিয়ে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল। আনহাতে ৫ জুলাইত SSCৰ অফিচিয়েল ৱেবছাইতত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ নম্বৰসমূহ আপল’ড কৰা হয়।

অফিচিয়েল জাননীৰ PDF ৰ বাবে ইয়াত ক্লিক কৰক।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd