DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভিযান সদ্ভাৱনা : ওদালগুৰিত ৰেড হৰ্ন ডিভিজনৰ দ্বাৰা বিশেষভাৱে সক্ষমৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 2:55 pm
capture2
258
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনে হাতীগড় অঞ্চলৰ অন্তৰ্গত ঘগ্ৰা, অমলাইগুৰি, বটীয়ামাৰী গাঁৱৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত হুইল-চেয়াৰ, লাখুটী, ক্ৰাচ্চ, শ্ৰৱণ-সহায়ক যন্ত্ৰ, চশমা আদি বিতৰণ কৰে।

স্থানীয় বাসিন্দাসকলৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনৰ আৰ্টিলাৰী ব্ৰিগেডে যোৱা ১২ নৱেম্বৰ দেওবাৰে এটা চিকিৎসা শিবিৰৰ আয়োজন কৰে। এই চিকিৎসা শিবিৰৰ পৰা হাতীগড় অঞ্চলৰ প্ৰায় ১০০০গৰাকী লোক উপকৃত হয়। এই চিকিৎসা শিবিৰতে ‘অভিযান সদ্ভাৱনা’ৰ (Operation Sadbhavana) অন্তৰ্গত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত হুইল-চেয়াৰ, লাখুটী, ক্ৰাচ্চ, শ্ৰৱণ-সহায়ক যন্ত্ৰ, চশমা আদি বিতৰণ সেনাৰ আৰ্টিলাৰী ব্ৰিগেডে।

ৰেড হৰ্ন ডিভিজনৰ আৰ্টিলাৰী ব্ৰিগেডৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ মনীষ পাণ্ডেই ওদালগুৰিৰ হাতীগড়ৰ আশে-পাশে বাস কৰা লোকসকলৰ মাজত এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰে। ওদালগুৰি জিলাৰ ভিতৰুৱা এলেকাত থকা নৱ নিৰ্মিত এখন আদৰ্শ বিদ্যালয়—বিকাশ বিদ্যালয়ক এটা টয়লেট ব্লক প্ৰদান কৰে।

Recent News

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd