NORTHEAST NOW (Assamese)

সমাজবিজ্ঞান পঢ়াব নীতা আম্বানীয়ে! বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰদান কৰিব শিক্ষাদান

March 15, 2021 7:46 pm · এন ই নাও নিউজ
Updated: March 15, 2021 7:49 pm

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত সমাজবিজ্ঞান পঢ়াব নীতা আম্বানীয়ে।

বাতৰিত প্ৰকাশ পোৱা মতে, ৰিলায়েন্সৰ কাৰ্যবাহী সঞ্চালক তথা উদ্যোগপতি মুকেশ আম্বানীৰ পত্নী নীতাক বিশ্ববিদ্যালয়খনৰ এগৰাকী অতিথি অধ্যাপক হিচাপে নিযুক্ত কৰা হৈছে।

সমাজবিজ্ঞান পঢ়াব নীতা আম্বানীয়ে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আগবঢ়োৱা প্ৰস্তাৱটো ইতিমধ্যে মৌখিকভাৱে নীতা আম্বানীৰ কাৰ্যালয়ে গ্ৰহণ কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

কৰ্তৃপক্ষই প্ৰস্তাৱটো আম্বানীয়ে বৰ্তমান লিখিতভাৱে গ্ৰহণ কৰালৈ বাট চাই আছে।

 

Related News