• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্প্ৰীতিৰ অসম। দামোদৰদেৱৰ তিথিত ছয়লাখ লাড়ু তৈয়াৰীত সহায় ছকুৰি মুছলমান পৰিয়ালৰ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
May 5, 2019 6:37 pm
Religious harmony Assam: Hundreds of Islam families offer helping hand in Hindu saint's Tithi

পোৰাভিঠা সত্ৰত প্ৰস্তুত লাড়ু। ছবি-- নৰ্থ ইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সাম্প্ৰদায়িক সম্প্ৰীতি” ৰক্ষাত কেইবাদশকজুৰি দেশে মূল্য ভৰি অহাৰ মাজতো সেউজ মৰুদ্যানৰ দৰে জিলিকি ৰোৱা উত্তৰ-পূবৰ অসমত আজিও সজীৱ হৈ ৰৈছে ধৰ্মীয় সদ্ভাৱনাৰ এক চিৰকলীয়া নিদৰ্শন।

ভিন্ন ধৰ্মৰ মিলনভূমি হাজোত দেওবাৰে উদযাপিত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিথি-জৰিত লাড়ু উৎসৱত ভক্তৰ বাবে প্ৰস্তুত ৬লাখ লাড়ু তৈয়াৰীত অঞ্চলটোৰ ছকুৰি (সঠিক ১২৩টা) মুছলমান পৰিয়ালেও আগবঢ়ায় সহায়ৰ হাত।

Apply Now

চাৰি শতিকাজুৰি হাজোৰ ৰামদিয়াৰ পোৰাভিঠা সত্ৰত চলি অহা এই উৎসৱত দিয়া-লোৱাত কাৰ্পণ্য নাই হিন্দু-মুছলমানৰ। মুছলমানৰ সহযোগৰ বাবে উন্মুক্ত, উদাৰ হিন্দু আৰু হিন্দুক সহায়ৰ বাবে দুয়োহাত মুক্ত মুছলমানৰ!

বছৰ ধৰি বাট চাই ৰোৱা লাড়ু উৎসৱত এইবাৰো এপষেক আগৰ পৰাই স্থানীয় লোকসকলে চলাইছিল ব্যাপক প্ৰস্তুতি। প্ৰায় ২০০ কুইণ্টল চাউল আৰু ৪০০ কুইণ্টল গুৰেৰে প্ৰস্তুত কৰা হৈছিল ৬ লাখ লাড়ু।

দেওবাৰে হেঁপাহৰ দিনটোত হাজাৰ-হাজাৰ ভক্তৰে উপচি পৰে পোৰাভিঠা সত্ৰ। জনসমুদ্ৰৰ সমানে পোৰাভিঠাত আছিল লাড়ুৰ পাহাৰ।

মহাপুৰুষ দামোদৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে এই সমন্বয়ৰ উৎসৱ উদযাপন কৰি অহা সত্ৰখন মানে পুৰি পেলাইছিল। সেয়ে বোলে ইয়াৰ নাম হ’ল পোৰাভিঠা।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd