• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃস্বৰূপ, প্ৰখ্যাত কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ দেহাৱসান

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 28, 2023 1:03 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃস্বৰূপ হিচাপে প্ৰশংসিত এম এছ স্বামীনাথনৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল ৯৮ বছৰ।

স্বামীনাথনে উচ্চ উৎপাদনক্ষম জাতৰ ধান বিকশিত কৰাত সহায় কৰিছিল যিয়ে ভাৰতৰ কম আয়ৰ কৃষকসকলৰ অধিক উৎপাদন নিশ্চিত কৰিছিল।

স্বামীনাথনে পত্নী মিনা স্বামীনাথন আৰু তিনিগৰাকী কন্যা সৌম্য স্বামীনাথন, মাধুৰা স্বামীনাথন আৰু নিত্য স্বামীনাথনক এৰি থৈ যায়।

Apply Now

লগতে পঢ়কঃ এছিয়াডৰ শ্বুটিঙত পুনৰ সোণ ভাৰতৰ; ১০ মিটাৰ এয়াৰ পিষ্টলত সৰবজোৎ-শিৱা-অৰ্জুনৰ লক্ষ্যভেদ

১৯২৫ চনৰ ৭ আগষ্টত তামিলনাডুৰ কুম্বাকোনামত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ আছিল আলাপ্পুঝা জিলাৰ কুট্টানাদ তালুকৰ পুলিংগুন মানকম্পত।

অধ্যাপক এম.এছ. স্বামীনাথনে তিৰুৱনন্তপুৰম বিশ্ববিদ্যালয়ৰ অনুষদৰ পৰা প্ৰাণীবিজ্ঞানত স্নাতক। কইম্বাটুৰ কৃষি অনুষদ আৰু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা অতিৰিক্ত গৱেষণা সম্পন্ন কৰিছিল।

১৯৫২ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা জেনেটিক্সত পি এইচ ডি লাভ কৰি ভাৰতলৈ আহি কৃষি ক্ষেত্ৰত অগ্ৰণী ব্যক্তিলৈ পৰিণত হয়। ভাৰতীয় পৰিৱেশ অনুকূল আৰু উচ্চ উৎপাদনক্ষম বীজ খেতি কৰি কৃষকৰ মাজত জনপ্ৰিয় কৰাৰ বাবে স্বামীনাথনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে।

লগতে পঢ়কঃ এছিয়াডত দেশৰ হৈ উশ্বুত ৰূপৰ পদক জয় মণিপুৰী কন্যাৰ; কান্দোনত ভাগি পৰিল ৰোছিবিনা

১৯৬৬ চনত তেওঁ মেক্সিকান ঘেঁহুৰ জাত ভাৰতীয় পৰিৱেশত ৰোপণ কৰি পঞ্জাৱৰ শস্য় ভিতৰত ১০০ টা খেতি চপাই ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে পৰিগণিত হয়।

১৯৮৭ চনত স্বামীনাথনে প্ৰথম বিশ্ব খাদ্য বঁটা লাভ কৰে আৰু তাৰ পিছত তেওঁ চেন্নাইত এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যন গঠন কৰে।

লগতে পঢ়কঃকন্যাৰ বিয়াৰ বাবে বেংকৰ লকাৰত ৰাখিছিল মাতৃয়ে; উঁই পোকে খাই পেলালে গোটেই ১৮ লাখ টকা

কেইবাটাও বঁটাৰ উপৰিও স্বামীনাথনে ৰেমন মেগছেছে বঁটা (১৯৭১) আৰু এলবাৰ্ট আইনষ্টাইন বিশ্ব বিজ্ঞান বঁটাও (১৯৮৬) লাভ কৰিছে। 

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd