• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Tulasi Ojha passes away: বিশিষ্ট লোকশিল্পী, ঢোলৰ যাদুকৰ তুলসী ওজাৰ বিয়োগ; মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোকপ্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2022 11:48 am
6.2k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Tulasi Ojha passes away ৰাজ্যখনৰ এগৰাকী বিশিষ্ট লোকশিল্পী, ঢোলৰ যাদুকৰ তুলসী ওজাৰ শনিবাৰে গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰসিদ্ধ ঢুলীয়া মঘাই ওজাৰ শিষ্য আছিল প্ৰয়াত তুলসী ওজা।

নিজৰ ঢোলৰ যাদুৰে অসমবাসীক মোহাছন্ন কৰি ৰখা তুলসী ওজা বহুদিন ধৰি অসুস্থ হৈ আছিল।

টিংখাঙৰ ভালুকমৰা গাঁৱৰ লোকবাদ্য শিল্পী তুলসী ওজাই অসমৰ ঢুলীয়া সংস্কৃতিক কেৰেলা, হায়দৰাবাদ, নাগপুৰ, কলকতাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল।

Apply Now

তুলসী ওজা প্ৰতিমা পাণ্ডে বঁটাৰেও সন্মানিত হৈছিল ৷ মাত্ৰ ১২ বছৰ বয়সৰ পৰাই কান্ধত ঢোল তুলি লোৱা তুলসী ওজাই বিহু মঞ্চতো খলকনি তুলিছিল।

শিল্পীগৰাকীয়ে  ৰোগাক্ৰান্ত হৈ পৰাৰ পিছৰে পৰা যথেষ্ট কষ্টেৰে সময় পাৰ কৰিব লগীয়া হৈছিল।

ৰাজ্যখনৰ বিশিষ্ট লোকশিল্পীগৰাকীৰ পৰলোকপ্ৰাপ্তিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিছে। 

তুলসী ওজাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। টুইটযোগে এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী লিখিছে, ‘’অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহী ব্যক্তিসত্তা তুলসী ওজাদেৱৰ পৰলোক গমনৰ খবৰটো পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ৷ এই বিয়োগ আমাৰ বাবে অপূৰণীয় ক্ষতি৷ এই কৰুণ মুহূৰ্তত লোকশিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰক প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷’’

অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহী ব্যক্তিসত্তা তুলসী ওজাদেৱৰ পৰলোক গমনৰ খবৰটো পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ৷ এই বিয়োগ আমাৰ বাবে অপূৰণীয় ক্ষতি৷ এই কৰুণ মুহূৰ্তত লোকশিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ঈশ্বৰক প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷ pic.twitter.com/lmlijGnphz

— Himanta Biswa Sarma (@himantabiswa) July 2, 2022

প্ৰখ্যাত লোকশিল্পীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথ্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।

প্ৰখ্যাত ঢুলীয়া, লোকশিল্পী তুলসী ওজাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। নিৰলস সাধনাৰে অসমৰ লোকসংস্কৃতিৰ বৰপথাৰখনক তেখেতে জীপাল কৰি থৈ গ'ল।

ওজাদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি pic.twitter.com/RaZ2T24bw9

— Sarbananda Sonowal (@sarbanandsonwal) July 2, 2022

এট টুইট বাৰ্তাত সোণোৱালে লিখিছে, ‘’প্ৰখ্যাত ঢুলীয়া, লোকশিল্পী তুলসী ওজাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। নিৰলস সাধনাৰে অসমৰ লোকসংস্কৃতিৰ বৰপথাৰখনক তেখেতে জীপাল কৰি থৈ গ’ল। ওজাদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি।’’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd