• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা মহাপ্ৰয়াণ! ‘অসম বৈভৱ’জনৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 10, 2024 7:47 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘূৰি নহাৰ বাটেৰে গ’লগৈ টাটা গ্ৰুপৰ সৰ্বেসৰ্বা ৰতন টাটা। বুধবাৰে নিশা টাটাৰ মৃত্যু হয়। উদ্যোগীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিবলৈ টুইটাৰত যোগদান কৰে উদ্যোগপতি হৰ্ষ গোৱেংকাই।

যোৱা সোমবাৰে পুৱা হঠাৎ খবৰ বিয়পি পৰে যে ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু কিছু সময়ৰ পাছত তেওঁ নিজেই এটা ছ’চিয়েল পোষ্টত ক’লে যে এয়া ভুল খবৰ। কিন্তু বুধবাৰে কেইবাটাও সংবাদ মাধ্যমত ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে তেওঁৰ অৱস্থাৰ অৱনতি ঘটা বুলি দাবী কৰে।

পূৰ্বে জনা গৈছিল যে ৰতন টাটা স্বাভাৱিক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ গৈছিল। কিন্তু বুধবাৰে বিয়লি সমগ্ৰ ভাৰতবৰ্ষৰ একাধিক সংবাদ মাধ্যমৰ বাতৰিয়ে ৰতন টাটাৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি দাবী কৰে। প্ৰথমে শুনা গৈছিল যে তেওঁৰ ৰক্তচাপ হঠাতে কমি অহাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।

Apply Now

উদ্যোগপতি হৰ্ষ গোৱেংকাই টুইটাৰযোগে মৃত্যুৰ কথা ঘোষণা কৰে। জনা যায় যে ৰতন টাটাৰ বয়স আছিল ৮৬ বছৰ। কিছুদিন তেওঁ অসুস্থ হৈ আছিল। এই কাৰণে নিয়মীয়াকৈ চেকআপ কৰিব লগা হৈছিল।

প্ৰসংগক্ৰমে যোৱা সোমবাৰৰ খবৰ অনুসৰি ৰতন টাটাক সংকটজনক অৱস্থাত নিশা ১২:৩০ বজাৰ পৰা পুৱা ১ বজাৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ উপৰিও প্ৰকাশ পাইছে, বিখ্যাত হৃদৰোগ বিশেষজ্ঞ ডা. আস্পি গোলৱালাৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল টাটা। কিন্তু ৰতন টাটাই নিজেই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰি কয় যে এই খবৰ ভুল।

সূত্ৰ অনুসৰি, ৰতন টাটাই শেষ মুহূৰ্তলৈকে তেওঁৰ অসুস্থতাৰ খবৰ বিয়পিব বিচৰা নাছিল। সেই ক্ষেত্ৰত তেওঁ টাটা গোটৰ একাধিক সংস্থাৰ কৰ্মচাৰীৰ কামত প্ৰভাৱ পৰিব পাৰে বুলিও উদ্বেগ প্ৰকাশ কৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

October 27, 2026 12:04 pm
২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

October 27, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd