DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক কিশোৰ ভিমানিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2020 3:53 pm
Kishore Bhimani

প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক কিশোৰ ভিমানি।

619
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে প্ৰসিদ্ধ ক্ৰীড়া সাংবাদিক কিশোৰ ভিমানিৰ।

যোৱা মাহতে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত ভিমানিক কলকাতাৰ এখন ব্যক্তিগত হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

বৃহস্পতিবাৰে পুৱাই হাস্পাতলতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১বছৰ।

প্ৰয়াত প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুত দেশৰ ক্ৰীড়া মহলত শোকৰ ছাঁ পৰিছে।

সংবাদ মাধ্যমৰ লগতে ধাৰা ভাষ্যকাৰ হিচাপে বিগত কেইবাদশক জুৰি আগবঢ়াই অহা অবদানৰ স্বীকৃতি হিচাপে ভিমানি একাধিক পুৰষ্কাৰেৰে সন্মানিত হৈছে।

২০১৩চনত তেওঁক এটা বেচৰকাৰী সংস্থাৰ ফালৰ পৰা লাইফটাইম এচিভমেন্ট পুৰষ্কাৰেৰে সন্মানিত কৰা হৈছিল।

সাংবাদিকতাৰ লগতে ভিমানিয়ে গ্ৰন্থও লিখিছে। তেওঁৰ ‘দ্য এক্সিডেন্টেল গডমেন’ গ্ৰন্থখনে পাঠকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

কিশোৰ ভিমানিৰ মৃত্যুত বিভিন্ন ক্ৰীড়া ব্যক্তিত্বৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে ছচিয়েল মিডিয়াত শোক প্ৰকাশ কৰি বাৰ্তা দিছে।

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd