• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনুৰাগীসকলক আচৰিত কৰি হঠাতে কিয় হাস্পাতলৰ পৰা ওলাই গৈছিল ডোনাল্ড ট্ৰাম্প?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 5, 2020 10:11 am

1 min read

Donald Trump
374
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ হস্পাতলত চিকিৎসাধীন হৈ থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেওবাৰে অনুৰাগীসকলক আচৰিত কৰি তুলি হঠাতে হাস্পাতলৰ পৰা ওলাই যায়।

ৰাষ্ট্ৰপতিগৰাকীৰ অসুস্থ হৈ পৰাৰ বাতৰি শুনাৰ পাছতে বহু কৰ্মী তথা অনুৰাগী হাস্পাতলৰ সন্মুখত গোট খায়।

অনুৰাগীসকলক চমক দিয়াৰ বাবেই ট্ৰাম্পে এনেদৰে হাস্পাতলৰ পৰা ওলাই যোৱাৰ কথা প্ৰকাশ পাইছে বিবিচিৰ এক বাতৰিত।

বাতৰি অনুসৰি, চমক দিবলৈ যাত্ৰা কৰিব বুলি টুইটাৰত ঘোষণা কৰাৰ পাছতে হাস্পাতলৰ বাহিৰত মাস্ক পৰিহিত ট্ৰাম্পক গাড়ীৰ ভিতৰত দেখা যায়।

আমেৰিকাত কৰ’না সংহাৰ ৰোধৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগো উত্থাপিত হৈছে।

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত টুইট কৰি ট্ৰাম্পে কৈছে যে তেওঁ ভাইৰাছটো সম্পৰ্কে বহু কথা জানিব পাৰিছে আৰু সেয়া তেওঁ আনক জনাব বিচাৰিছে।

ইপিনে, হাস্পাতল কৰ্তৃপক্ষই কৰ’নাত আক্ৰান্ত ডোনাল্ড ট্ৰাম্পৰ শাৰীৰিক অৱস্থাৰ উন্নতি ঘটা বুলি জানিব দিছে। তেওঁলোকে সোমবাৰৰ ভিতৰতেই ট্ৰাম্প হাস্পাতলৰ পৰা যাব পাৰিব বুলি আশা কৰিছে।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd