DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুচল হ’ল পাহাৰীয়া ৰে’লপথ, আৰম্ভ হৈছে পণ্যবাহী ৰে’লৰ চলাচল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 20, 2019 8:03 am
IMG-20190718-WA0042

ফটো : নৰ্থইষ্ট নাও

690
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ আঠ দিনৰ মুৰত সুচল হ’ল লামডিং-বদৰপুৰ পাহাৰীয়া ৰে’লপথ। নেৰানেপেৰা বৰষুণৰ কাৰণে পাহাৰীয়া ৰে’লপথৰ জাতিঙ্গা লাম্পুৰ আৰু নিউ হাৰাঙ্গাজাও ষ্টেশ্যনৰ মাজত ট্ৰ্যাকৰ তলৰ মাটি খহি পৰাৰ ফলত যোৱা শুকুৰবাৰৰ পৰা ৰে’ল চলাচল ব্যহত হৈ পৰিছিল।

মাটি খহি পৰাৰ ফলত প্ৰায় এশ মিটাৰ ৰে’লপথ ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে, প্ৰথম অৱস্থাত ৰে’ল বিভাগে আঠ ঘন্টাৰ কাৰণে সময় বিচাৰি কামত হাত দিয়াৰ পাছত সময় সীমা ৭২ ঘন্টা লৈ বৃদ্ধি কৰে।

কিন্তু বৰষুণ অব্যাহত থকাৰ বাবে ট্ৰ্যাক সূচল কৰাৰ কাম আগবঢ়াই নিয়াত বাধাৰ সৃষ্টি হয়। ৰে’ল বিভাগৰ ফালৰ পৰা ১৬ জুলাই ডেটলাইন দিছিল যদিও পাছত সামগ্ৰিক পৰিস্থিতিৰ কথা বিবেচনা কৰি ১৯ জুলাই লৈ সময়সীমা বৃদ্ধি কৰা হয়।

শতাধিক ৰে’ল কৰ্মীৰ উপৰি ঠিকাদাৰী সংস্থাৰ কেইবা শতাধিক শ্ৰমিক আৰু ডাঙৰ আকৃতিৰ মেচিনেৰে দিনে নিশাই কাম কৰাৰ পাছত পথ সুচল কৰাটো সম্ভৱ হয়।

ইয়াৰ ফলস্বৰূপে ১৮ জুলাই অৰ্থাৎ যোৱা নিশাই ট্ৰ্যাক চাৰ্টিফিকেট পোৱাৰ লগে লগে পণ্যবাহী ৰে’লৰ চলাচল আৰম্ভ হয়। শেহতীয়া তথ্য অনুসৰি আজি নিশাৰ পৰাই যাত্ৰী বাহী ৰে’ল চলাচল হোৱাৰ সম্ভাৱনা আছে বুলি ৰে’ল সুত্ৰই জানিবলৈ দিয়ে।

উল্লেখ্য যে পাহাৰীয়া ডিমা হাচাও জিলাত ভূমিস্খলনৰ কাৰণে ৰে’ল সেৱা বিঘ্নিত হোৱাত পাহাৰ, বৰাকৰ উপৰি ত্ৰিপুৰাৰ সৈতে সামগ্ৰিক ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈছিল। কিয়নো লামডিং-বদৰপুৰ পাহাৰ লাইনটো এই বৃহৎ অঞ্চলৰ লাইফ লাইন হিচাপে আছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd