DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 21, 2022 9:14 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

136
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত বঙাইগাঁও জিলাত ব্ৰহ্মপুত্ৰ,আই নদী আৰু মানাহ নদীৰ জলপৃষ্ঠ ভয়ানকভাৱে বৃদ্ধি হৈ আছে।

এই নদীসমূহেৰে সাধাৰণ নাও বা যন্ত্ৰচালিত নাওৰে সদায় বিভিন্ন ঠাইলৈ বহু লোকে অহা-যোৱা কৰে।

নিৰ্দেশনাৰ পিডিএফৰ বাবে চাওঁক Restrictions of Boats

নদীসমূহৰ ক্ৰমশঃ বৰ্ধিত জলপৃষ্ঠৰে সাধাৰণ নাও বা যন্ত্ৰচালিত নাওৰে যাতায়ত কৰাৰ ফলত নাও দুৰ্ঘটনা হৈ মানুহৰ জীৱন আৰু সম্পত্তি হানি হোৱাৰ আশংকা কৰি বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ ৩৪নং ধাৰাৰ দফা (বি),(চি) আৰু (এম) অনুসৰি বঙাইগাঁও জিলাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত সাধাৰণ নাও আৰু যন্ত্ৰচালিত নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা সমগ্ৰ বঙাইগাঁও জিলাতে তৎকালীনভাৱে বলবৎ হ’ব আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব।

 

Recent News

Tejashwi Yadav

দেশত একনায়কত্ববাদ চলিছে নেকি! বিজপিক বাক্যবাণ তেজস্বী যাদৱৰ

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

Rani Mukerji visits Kamakhya

৪৫ বছৰত বলীউডৰ ‘ৰাণী’: কামাখ্যাত ল’লে আশীৰ্বাদ

Biswajit Hazarika murder case

বিশ্বজিৎ হাজৰিকা অপহৰণ-হত্যাকাণ্ড গোচৰ: বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd