• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল: কোন , ক’ত জিকিল? প্ৰতি মুহূৰ্তৰ খবৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 24, 2022 9:24 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। প্ৰথমে পোষ্টেল বেলটৰ ভোটগণনাৰ পিছতে কৰা হয় ইভিএমৰ ভোটগণনা। গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰৰে ৫৭ টা ৱাৰ্ডৰ বাবে ভোটগণনা কৰা হৈছে।

১ নং ৱাৰ্ডত বিজয়ী হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান্দ বক্সী।

Apply Now

২৯ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া বিজয়ী হৈছে।

৩১ নং ৱাৰ্ডত বিজয়ী হৈছে বিজেপিৰ ৰত্না সিং।

৪১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বাসন্তী কলিতা বিজয়ী হৈছে।

২১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সন্দীপ দেৱ বিজয়ী হৈছে।

১১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জুলা দেৱীয়ে বিজয় সাৱস্ত্য কৰিছে।

৫১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ডিম্পল ৰাভা বিজয়ী হৈছে।

২৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জিতা দৈমাৰীয়ে বিজয় সাৱস্ত্য কৰিছে।

৩২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নিলম জ্যোতি ভূঞা বিজয়ী হৈছে।

২৪ খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে।

৪২ নং ৱাৰ্ডত আপৰ প্ৰাৰ্থী মাছুমা বেগমে বিজয়ী হৈছে।

১২ নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী দীপাংকৰ বৈশ্য বিজয়ী হৈছে।

৩৩ নং ৱাৰ্ডত অগপৰ মীৰা দাস চহৰীয়া বিজয়ী হৈছে।

২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মুকুল কলিতা বিজয়ী হৈছে।

২৪ নং ৱাৰ্ডত অগপৰ বিজু মেধিয়ে বিজয়ী হৈছে।

৪৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অঞ্জনা বৰা বিজয়ী হৈছে।

৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী কল্লোল চক্ৰৱৰ্তী বিজয়ী হৈছে।

৫৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লিপিকা পাটোৱাৰী কলিতা বিজয়ী হৈছে।

১৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে।

৩৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জোনমণি ডেকা বিজয়ী হৈছে।

৩৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নবীন ডেকা বিজয়ী হৈছে।

৩৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী শশাংক ডেকা বিজয়ী হৈছে।

২২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী স্মিতা ৰয় বিজয়ী হৈছে।

১৩ নং ৱাৰ্ডত অগপৰ পূৰৱী তালুকদাৰ বিজয়ী হৈছে।

৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সঞ্জয় দাস বিজয়ী হৈছে।

১৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সৌৰভ জুনজুনৱালা বিজয়ী হৈছে।

৫২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গকুল গোস্বামী বিজয়ী হৈছে।

৫৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লিপিকা পাটোৱাৰী বিজয়ী হৈছে।

৪ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী কনকলতা সাহা বিজয়ী হৈছে।

৫৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মনোজ কুমাৰ নাথ বিজয়ী হৈছে।

১৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী শংকৰ চক্ৰৱৰ্তী বিজয়ী হৈছে।

১৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী স্নিগ্ধা বৰুৱা মজুমদাৰ বিজয়ী হৈছে।

৪৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মাধৱী তালুকদাৰ বিজয়ী হৈছে।

৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অলক চক্ৰৱৰ্তী বিজয়ী হৈছে।

২০ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গৌড় গোপাল মণ্ডল বিজয়ী হৈছে।

৪০ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ববিতা ডেকা বিজয়ী হৈছে।

৫৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰাখী বৰা বিজয়ী হৈছে।  

৪৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰফুল্ল মহন্ত বিজয়ী হৈছে।

১৯ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ব্ৰিজেশ ৰয় বিজয়ী হৈছে।

৪৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী আশীষ ভৰালী বিজয়ী হৈছে।

৫৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গীতা ঠাকুৰীয়া বিজয়ী হৈছে।

৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সুধন্য মালাকাৰ বিজয়ী হৈছে।

১০ নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী কল্পনা দাস বিজয়ী হৈছে।

২৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰাণা চেতিয়া বিজয়ী হৈছে।

৫৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গৌৰী বৰা বিজয়ী হৈছে।

৯ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অৰ্চনা দাস বিজয়ী হৈছে।

কংগ্ৰেছে এখনো আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ভোট গণনাৰ ফলাফল অনুসৰি ৬০ খন আসনৰ ভিতৰৰে ৫২ খনতে বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে। দলটোৰ তিনিগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে।

সেয়ে ৫৭ টা সমষ্টিতহে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। আনহাতে বিজেপি মিত্ৰজোঁটৰ আন এটা অন্যতম সহযোগী দল অসম গণ পৰিষদে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৭ খন আসনত প্ৰাৰ্থী দিছিল।

৭ খন আসনৰ ভিতৰৰে ৬ খনতে অগপৰ প্ৰাৰ্থী বিজয়ী হৈছে। অসম জাতীয় পৰিষদৰ এগৰাকী আৰু আম আদমী পাৰ্টীৰ এগৰাকীকৈ প্ৰাৰ্থী বিজয়ী হৈছে।

১ নং ৱাৰ্ডৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান্দ বক্সী আৰু ৪২ নং ৱাৰ্ডৰ আপৰ প্ৰাৰ্থী মাছুমা বেগমে বিজেপি মিত্ৰজোঁটৰ বিশাল প্ৰচাৰ অভিযানৰ পিছতো বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd