• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বৰ্ণলতা শিশু কল্যাণ সমিতিয়ে অনুষ্ঠিত কৰা সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

আজি আছে বঁটা বিতৰণী অনুষ্ঠান

নৰ্থ-ইষ্ট নাও নিউজ by নৰ্থ-ইষ্ট নাও নিউজ
November 14, 2018 6:59 am
Children Day
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশু দিৱস উপলক্ষে স্বৰ্ণলতা শিশু কল্যাণ সমিতিয়ে অনুষ্ঠিত কৰা সাহিত্য প্ৰতিযোগিতাসমূহৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক অহা ১৮ নৱেম্বৰ (দেওবাৰ)ত সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰিব লগীয়া শিশু দিৱসৰ কাৰ্য্যসূচীত বঁটা দিয়া হ’ব। সমিতিয়ে শিশু দিৱসৰ কাৰ্য্যসূচী উক্ত দিনটোত গুৱাহাটীৰ পাণবজাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিয়লি ২ বজাত অনুষ্ঠিত কৰিব।

প্ৰতিযোগিতাত স্থান লাভ কৰাসকল ক্ৰমে-

Apply Now

ৰচনাত-

প্ৰথম- নেহা ডেকা (দশম শ্ৰেণী, গণেশনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়),

দ্বিতীয়- বাৰ্বী শইকীয়া (দশম শ্ৰেণী, মহাত্মা বাল্যভৱন, গোলাঘাট),

তৃতীয়- বনানী বৰা (নৱম শ্ৰেণী,  বামুণ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়) আৰু সৌৰভজ্যোতি দাস (নৱম শ্ৰেণী,  কুশল কোঁৱৰ বাল্য ভৱন গোলাঘাট),

চতুৰ্থ- দেৱশ্ৰী চৌধুৰী (দশম শ্ৰেণী, মহাত্মা বাল্যভৱন, গোলাঘাট)।

গল্পত-

প্ৰথম- নিৰ্বাচিত নহ’ল

দ্বিতীয়- চুনু বেগম(সপ্তম শ্ৰেণী, কামৰূপ একাডেমি, গুৱাহাটী),

তৃতীয়- প্ৰাংগনা কৌণ্ডিন্য( পঞ্চম শ্ৰেণী, মৰঙী শিশু ভৱন, গোলাঘাট),

চতুৰ্থ- স্বপ্নালী দাস (সপ্তম শ্ৰেণী হেঙেৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়, গুৱাহাটী)।

কবিতাত-

প্ৰথম- শ্ৰী হৃষীকেশ দত্ত (চতুৰ্থ শ্ৰেণী, ফলঙনী আদৰ্শ প্ৰাথমিক বিদ্যালয়) আৰু

তৃষা দাস (শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয় পাঞ্জাবাৰী, গুৱাহাটী, দ্বিতীয় শ্ৰেণী)

দ্বিতীয়- অনন্যা দত্ত (তৃতীয় শ্ৰেণী ফলঙনী জাতীয় বিদ্যালয়) আৰু শ্ৰুতিস্মৃতি ৰাজখোৱা (চতুৰ্থ শ্ৰেণী ফলঙনী আদৰ্শ প্ৰাথমিক বিদ্যালয়)

তৃতীয়- পঞ্চী ৰাজখোৱা (চতুৰ্থ শ্ৰেণী চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়, যোৰহাট) আৰু অন্বেষা দত্ত (তৃতীয় শ্ৰেণী, ফলঙনী জাতীয় বিদ্যালয়, গোলাঘাট),

চতুৰ্থ- মেঘৰাগিণী বৰা (চতুৰ্থ শ্ৰেণী মহাত্মা বাল্যভৱন, গোলাঘাট) আৰু নীৰজ হাজৰিকা (তৃতীয় শ্ৰেণী কে ভি-৩ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ)

সকলো প্ৰতিযোগীক অনুষ্ঠানত উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছে আয়োজক সমিতিয়ে। লগতে সকলো শিশুপ্ৰেমী ৰাইজক সেইদিনাৰ অনুষ্ঠানত সভাগৃহত উপস্থিত থাকিবলৈ সমিতিৰ সভাপতি আৰু সম্পাদকে অনুৰোধ জনাইছে। আনহাতেদি কিবা কাৰণত উপস্থিত থাকিব নোৱৰা প্ৰতিযোগীলৈ ডাকযোগে পুৰস্কাৰসমূহ পঠাই দিয়া হ’ব বুলি সমিতিৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ।

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd