DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইৰ বিশিষ্ট সমাজ সেৱক তথা শিক্ষক দছিমুদ্দন হাজৰিকাৰ পৰোলকপ্ৰাপ্তি

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 28, 2018 10:59 pm
কৃষ্ণাইৰ বিশিষ্ট সমাজ সেৱক তথা শিক্ষক দছিমুদ্দন হাজৰিকাৰ পৰোলকপ্ৰাপ্তি
210
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বিশিষ্ট সমাজ সেৱক দছিমুদ্দিন হাজৰিকা (৫২)ৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। কৃষ্ণাইৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে প্ৰয়াত হাজৰিকা ওতঃপ্ৰোতভাবে জড়িত  আছিল।

পেছাত এগৰাকী শিক্ষক প্ৰয়াত হাজৰিকা কৃষ্ণাই সচেতন নাগৰিক মঞ্চৰ সভাপতি, কৃষ্ণাই আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি, জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্যকে ধৰি আৰু বিভিন্ন দায়িত্ব পালন কৰিছিল।

উল্লেখযোগ্য যে বহুদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত দছিমুদ্দিন হাজৰিকা বিগত ৰঙালী বিহুৰ সময়ত এদল দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হৈ মৃত্যুৰ দিনালৈকে চিকিৎসাধীন অৱস্থাত থাকিবলগীয়া হৈছিল।

প্ৰনিধান যোগ্য যে কৃষ্ণাই আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সভাপতিৰ দায়িত্বত থকা হাজৰিকাই বিহু উদযাপনৰ বাবে বৰঙনি সংগ্ৰহ কৰিবলৈ গৈ পাইকানৰ আৰ্চাদ নাৰ্চাৰীত দুষ্কৃতিকাৰীৰ আক্ৰমণত আন পাঁচজন লোকৰ সৈতে গুৰুতৰভাবে আহত হৈছিল৷ আৰু তেতিয়াৰ পৰা চিকিৎসাধীন হৈ থকা হাজৰিকাৰ আজি পুৱা ১০ বজাত পৰলোকপ্ৰাপ্তি হয়৷

তেওঁৰ মৃত্যুত জিলা অগপ, কৃষ্ণাই প্ৰেছ ক্লাব, কৃষ্ণাই ব্যৱসায়ী সন্থা, জিলা ক্ৰীড়া সন্থা, সচেতন নাগৰিক মঞ্চ কৃষ্ণাই,ম ধ্য ইংৰাজী শিক্ষক সন্থা, কৃষ্ণাই ঠেলা মুটীয়া সন্থা আদিকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।

প্ৰয়াত হাজৰিকাৰ প্ৰতি সন্মান জনাই কৃষ্ণাই ব্যৱসায়ী সন্থাই আজি দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সমগ্ৰ কৃষ্ণাই বজাৰত বন্ধ ঘোষণা কৰে। মৃত্যুৰ সময়ত দুজনী জীয়ৰীসহ শিক্ষয়িত্ৰী পত্নীক হাজৰিকাই ইহ সংসাৰত এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে।

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd