DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, January 26, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বজালীত কোভিড-১৯ত মৃত্যু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
September 14, 2020 6:55 am
15-1140x570
351
VIEWS
Share on FacebookShare on Twitter

বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মিনাক্ষী শৰ্মাৰ শনিবাৰে নিশা বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পাতলত মৃত্যু ঘটে।

জানিব পৰা মতে, তেওঁ জ্বৰ, কাহ আৰু শৰীৰৰ বিষত ভূগি আছিল আৰু তেওঁক ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

হাস্পাতলত তেওঁৰ কোভিড-১৯ পজিটিভ ধৰা পৰে।

পলাশবাৰীৰ ওচৰৰ মাজিগাওঁ অঞ্চলৰ বাসিন্দা শিক্ষয়িত্ৰীগৰাকীয়ে ২০১৯ৰ ৩১জানুৱাৰিত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

তেওঁৰ স্বামী কৰুণা মোহন শৰ্মা বজালী কলেজৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক।

৬২বছৰ বয়সীয়া শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Tags: COVID-19

Recent News

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

BBC documentary on Modi

বিতৰ্কৰ মাজতে কেৰালাত বিবিচিৰ গোধৰা কাণ্ডৰ তথ্যচিত্ৰ প্ৰদৰ্শনৰ প্ৰস্তুতি কংগ্ৰেছৰ

Dr M C Dawar

পদ্মশ্ৰী সন্মানেৰে সন্মানিত মাত্ৰ ২০ টকাত সেৱা আগবঢ়োৱা চিকিৎসক ডাঃ এম চি দাৱাৰ

২৬ জানুৱাৰীৰ তৎপৰতা ‎

২৬ জানুৱাৰীৰ তৎপৰতা ‎

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd