• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিচিং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ মাজুলীত

নাম অন্তৰ্ভুক্তি-কৰ্তনৰ দাবী-আপত্তি দাখিলৰ অন্তিম দিন ২ জানুৱাৰি

by
December 26, 2018 4:12 pm
mac1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিচিং স্বায়ত্ব পৰিষদৰ (এমএচি) আসন্ন নিৰ্বাচনৰ বাবে মাজুলী জিলাত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে।  এই সংশোধনী প্ৰক্ৰিয়াৰ অংশ হিচাপে যোৱা  ২৪ ডিচেম্বৰত জিলাখনৰ অন্তৰ্গত এমএছচিৰ তিনিওটা সমষ্টিক সামৰি এখন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। মাজুলী জিলাৰ অন্তৰ্গত ৩০নং চাংগা মাজুলী, ৩১নং ফুলনী-জকাইবোৱা আৰু  ৩২নং ৰাদাং আৰু ৰিক্কং মাজুলী সমষ্টি তিনিটাক খচৰা ভোটাৰ তালিকাত সামৰি লোৱা হৈছে। এমএচি নিৰ্বাচনৰ দায়িত্বপ্ৰাপ্ত  মাজুলীৰ অতিৰিক্ত  উপায়ুক্ত নৰেণ দাসে সোমবাৰে জিলাখনৰ মূল ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত এই খচৰা ভোটাৰ তালিকা সংশোধনীৰ বাবে আনুষ্ঠানিক ভাৱে নিৰ্দেশ জাৰি কৰে।

অতিৰিক্ত উপায়ুক্ত গৰাকীৰ কাৰ্যালয় কক্ষত আয়োজিত এই সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰা বিজেপি, কংগ্ৰেছ, অগপ আৰু সন্মিলিত গণশক্তি দলৰ প্ৰতিনিধিৰ হাতত এটাকৈ খচৰা ভোটাৰ তালিকাৰ প্ৰতিলিপি অৰ্পণ কৰা হয়। আনহাতে সৰ্বসাধাৰণ ৰাইজে চাব পৰাকৈ এই খচৰা ভোটাৰ তালিকাৰ প্ৰতিলিপি উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলাখনত থকা মিছিং স্বায়ত্ব পৰিষদীয় নিৰ্বাচনৰ ভোটকেন্দ্ৰসমূহত উপলব্ধ কৰা হৈছে।

Apply Now

ভোটাৰ ৰাইজে নিজ এলেকাৰ ভোটকেন্দ্ৰ অথবা উপায়ুক্ত কাৰ্যালয়লৈ আহি কাৰ্যালয় খোলাৰ সময়ত এই খচৰা ভোটাৰ তালিকা চাব কৰিব পাৰিব।  ২০১৮ চনৰ ১ জানুৱাৰিক ভিত্তি তাৰিখ হিচাপে লৈ যোগ্যতাসম্পন্ন নতুন ভোটাৰৰ নাম সংশোধনীৰে খচৰা ভোটাৰ তালিকাখনৰ সংশোধনী ঘটোৱা হ’ব। চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ আবেদন জনোৱা বা দাবী উত্থাপন কৰা তথা তালিকাৰ পৰা অযোগ্য ভোটাৰৰ নাম কৰ্তনৰ বাবে ওজৰ-আপত্তি দাখিলৰ অন্তিম দিন অহা ২ জানুৱাৰি ধাৰ্য কৰা হৈছে।

সেয়ে, এই অন্তিম সময়সীমাৰ পূৰ্বেই জিলাখনৰ অন্তৰ্গত এমএচিৰ তিনিওটা সমষ্টিৰ যোৱা ১ জানুৱাৰিত ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱা যুৱ-যুৱতীসকলৰ লগতে নতুন ভোটাৰ সকলক নাম অন্তৰ্ভুক্তিৰ বাবে নিজ ভোটকেন্দ্ৰলৈ গৈ নিৰ্ধাৰিত আবেদন পত্ৰ পূৰাই দাবী উত্থাপনৰ বাবে অতিৰিক্ত উপায়ুক্ত দাসে  আহ্বান জনাইছে।

একেদৰে খচৰাত নাম থকা কোনো লোক সন্দৰ্ভত আপত্তি থাকিলে, তেওঁৰ নাম কৰ্তনৰ বাবেও অহা ২জানুৱাৰিৰ ভিতৰতে ৰাইজে নিজ নিজ ভোটকেন্দ্ৰত নিৰ্দিষ্ট আবেদন পত্ৰ পূৰাই ওজৰ-আপত্তি দাখিলৰ সুযোগ পাব। ২ ডিচেম্বৰৰ পাছত নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ কোনো দাবী তথা ওজৰ-আপত্তি গ্ৰাহ্য নহ’ব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে স্পষ্ট কৰি দিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd