• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেৱতী ফুকনৰ ‘মৃত্যু’: কি মন্তব্য পুত্ৰ কৌশিকৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 20, 2018 10:01 pm
Reboti Phukan

নিৰুদ্দিষ্ট হৈ থকা ৰেৱতী ফুকন ফাইল ফটো

399
VIEWS
Share on FacebookShare on Twitter

আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য বন্ধু তথা আলফাৰ সৈতে ভাৰত চৰকাৰৰ আলোচনাৰ উদ্যোগ লোৱা ৰেৱতী ফুকনৰ ‘মৃত্যু হৈছে’ বুলি অসমৰ এটা টি ভি চেনেলে সম্প্ৰচাৰ কৰা বাতৰি সন্দৰ্ভত মুখ খুলিছে ফুকনৰ পুত্ৰ কৌশিক ফুকনে।

ফুকনৰ ‘মৃত্যু’ হোৱা বুলি দাবী কৰা চেনেলটোৱে এই সন্দৰ্ভত কোনো নিশ্চিত ‘তথ্য’ যোগান ধৰিব পৰা নাই বুলি নৰ্থ ইষ্ট নাও-ত মন্তব্য কৰিছে কৌশিক ফুকনে।

“কালি বাতৰি সম্প্ৰচাৰ কৰা সাংবাদিকজনৰ সৈতে কথা পতা হ’ল, তেওঁ মোক একো তথ্য দিব নোৱাৰিলে,” ফুকনৰ মৃত্যুৰ ‘সন্দেহ’ৰ পৰিৱৰ্তে ‘সঁচা’ বুলি চেনেলটোৱে সম্প্ৰচাৰ কৰাতো ‘উচিত’ হোৱা নাই বুলি মত প্ৰকাশ কৰি নৰ্থ ইষ্ট নাও-ত এই মন্তব্য কৌশিকৰ।

ফুকনে লগতে জনাই যে আৰক্ষীকে ধৰি বিভিন্ন সংস্থাসমূহে বাতৰিটোৰ সত্যতা এতিয়ালৈকে স্বীকাৰ কৰা নাই। কিন্তু অসম আৰক্ষীয়ে এই সন্দৰ্ভত ‘শীঘ্ৰে’ এক স্পষ্টীকৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছে।

“কালি বাতৰিটো সম্প্ৰচাৰিত হোৱাৰ পাছত মই আৰক্ষী তথা বিভিন্ন এজেন্সিৰ সৈতে কথা পাতি আছো। কিন্তু তেওঁলোকৰ হাতত সম্পূৰ্ণ একো তথ্য নাই। অসম আৰক্ষীয়ে আশ্বাস দিছে যে তেওঁ ক’ত আছে অতি সোনকালে এটা স্পষ্টীকৰণ দিব,” জনালে কৌশিকে।

আনহাতে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁলোকৰ পৰিয়ালৰ ‘খা-খবৰ’ লয় যদিও দেউতাকৰ ‘মৃত্যু’ সন্দৰ্ভত বৰুৱাই আজিলৈকে একো জনোৱা নাই বুলি সদৰী কৰে ৰেৱতী ফুকনৰ পুত্ৰই।

যোৱা ২২ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ থকা এসময়ৰ পি চি জি-ৰ সদস্যজন হত্যাৰ বলি হোৱা বুলি

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকে ধৰি বিভিন্নজনে আশংকা প্ৰকাশ কৰি আহিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd