DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হকছ, ৰাইনোজ আৰু ক্ৰ’জৰ শিৰত গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ খিতাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2019 8:49 pm
Guwahati- Baby League football (2)

ফাইল ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰেটাৰ গুৱাহাটী বেবী ফুটবল লীগৰ বিভিন্ন শাখাৰ ফাইনেল খেল সমূহ আজি অনুষ্ঠিত হৈ যায়। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অনূৰ্ধ্ব ১১, ১৩ আৰু ১৪ শাখাৰ ফাইনেলত শ্ৰেষ্ঠত্ব অৰ্জন কৰে ক্ৰমে সৰুসজাই হকছ, জি টি চি ৰাইনোজ আৰু এন এফ আৰ এছ এ ক্ৰ’জে।

সৰুসজাই হকছ আৰু জি ৱাই এছ এফ চি চিৰ মাজত অনুষ্ঠিত হোৱা অনূৰ্ধ্ব ১১ৰ ফাইনেলত ২-০ৰ ব্যৱধানত জয়ী হয় সৰুসজাই হকছ। আনহাতে অনূৰ্ধ্ব ১৩ৰ ফাইনেলত জি টি চি ৰাইনোজে ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৰিংচাং ঈগলছক।

ইফালে এন এফ আৰ এছ এ ক্ৰ’জে বি এম ৱাই চি থাণ্ডাৰ্ছক ২-০ৰ ব্যৱ্ধানত পৰাস্ত কৰি অনূৰ্ধ্ব ১৪ৰ খিতাপ দখল কৰে। তদুপৰি এই লীগৰ অনূৰ্ধ্ব ৭ আৰু অনূৰ্ধ্ব ৯ৰ চেম্পিয়ন পইণ্টৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।

উল্লেখ্য যে গুৱাহাটী চিটি এফ চি আৰু স্প’ৰ্টছ মেনেজমেণ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত মুঠ ৮৪টা দলে অংশ গ্ৰহণ কৰিছিল। পাঁচটা বয়স গোটত প্ৰায় ৯০০ শিশুৱে প্ৰতিযোগিতাখনত অংশ লয়।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd