• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমাজত বেয়া প্ৰভাৱ পেলাব পৰা মেছেজ, সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকক : ৰাজেন সিঙ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 1, 2018 7:46 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাজত সততে কিছু কৰ্মকাণ্ড সংঘটিত হৈ সমাজৰ সাতাম পুৰুষীয়া ঐক্য, সম্প্ৰীতি, ভাতৃত্ববোধ বিনষ্ট কৰি থকা মৰেল পুলিচিং, কুসংস্কাৰ, অন্ধবিশ্বাস, চাইবাৰ ক্ৰাইমৰ ওপৰত সজাগতাৰ লক্ষ্যৰে কোকৰাঝাৰ আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে প্ৰজেক্ট প্ৰহৰীৰ উদ্যোগত জিলাখনৰ বিভিন্ন এলেকাৰ অত্যন্ত ভিতৰুৱা অঞ্চলত কুসংস্কাৰ , অন্ধবিশ্বাস, ডাইনীপ্ৰথাৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ পিছত এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে উক্ত বিষয় সমূহৰ উপৰিও চাইবাৰ ক্ৰাইমৰ ওপৰত আৰম্ভ কৰিছে সজাগতা সভা।

Apply Now

এই উপলক্ষে ৩০ ছেপ্টেম্বৰত কোকৰাঝাৰ থানাত অনুষ্ঠিত হয় অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা। প্ৰায় ২০০ লোকে ভিৰ কৰা সজাগতা সভাত কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধীয়ে কুসংস্কাৰ ,অন্ধবিশ্বাসে সমাজ ব্যৱস্থা বিষময় কৰি তোলে বুলি উল্লেখ কৰে।

লগতে তেওঁ কুসংস্কাৰ,অন্ধবিশ্বাসৰ যিহেতু কোনো বাস্তৱ ভেটি নাই সেয়েহে কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে সততে মাত মাতিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

তাৰোপৰি মেধীয়ে চাইবাৰ ক্ৰাইমৰ বিভিন্ন দিশৰ ওপৰত বিষদ বৰ্ণনা কৰি আইন হাতত তুলি ন’লবলৈ সকলোৰে প্ৰতি আহ্বান জনাই সমাজ এখন সুস্থ কৰি ৰাখিবলৈ হ’লে সকলোৰে সহযোগিতাৰ দৰকাৰ বুলি মন্তব্য কৰে।

আনহাতে সজাগতা সভাত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে চাইবাৰ ক্ৰাইমৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি নৱপ্ৰজন্মক এইক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান জনায়।

লগতে ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হয় বুলি উল্লেখ কৰি বিশেষকৈ সমাজত বেয়া প্ৰভাৱ পেলাব পৰা মেছেজ, সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনায়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd