• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে টী-২০’ত এম এছ ধোনীৰ অভিলেখ অতিক্ৰম কৰাৰ লক্ষ্য ঋষভ পন্টৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2019 10:15 pm
Indiacricket_

ধোনীৰ সৈতে ঋষভ পন্ট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০’ত ভাৰতৰ প্ৰথম পছন্দ ঋষভ পন্টে আগন্তুক তিনিখন মেচৰ চিৰিজটোত ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ টী-২০’ত সৰ্বাধিক আউট কৰা উইকেটকীপাৰৰ তালিকাত এম এছ ধোনীক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

শুকুৰবাৰে হায়দৰাবাদত ভাৰতে ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। বাংলাদেশৰ বিৰুদ্ধে টেষ্ট চিৰিজত ভাৰতে ক্লীন ছুইফট কৰিবলৈ সক্ষম হয়।

Apply Now

ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ টী-২০’ত ঋষভ পন্টে বৰ্তমান ৭খন মেচৰ পৰা ৩টা ষ্টাম্পিং কৰিছে। আনহাতে, এম এছ ধোনীয়ে ৭খনৰ মেচৰ পৰা ৫টা আউটেৰে তালিকাৰ শীৰ্ষত আছে।

ৱেষ্টইণ্ডিজৰ প্ৰাক্তন উইকেটকীপাৰ দীনেশ ৰামদিনে ৫টা আউটেৰে তালিকাত দ্বিতীয় তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে দলটোৰ উইকেটকীপাৰ বেটছমেন এণ্ড্ৰে ফ্লেচাৰে ৪টা আউটেৰে তৃতীয় স্থানত আছে।

এই তালিকাত ৩টা ষ্টাম্পিঙেৰে চতুৰ্থ স্থানত আছে ভাৰতীয় ক্ৰিকেটাৰ দীনেশ কাৰ্তিক।

ধোনীয়ে ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ টী-২০’ত সৰ্বাধিক আউট কৰাৰ অভিলেখ গঢ়িলেও আগন্তুক চিৰিজটোত ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱা নাই।

ভাৰত-ৱেষ্টইণ্ডিজৰ চিৰিজটোত ধোনীৰ অভিলেখ ভংগৰ সুযোগ পোৱা পন্টে সীমিত অভাৰৰ ক্ৰিকেটত জটিল সময়ৰ মাজেৰে আগবাঢিছে।

বেটিং, উইকেট কিপিং বা ৰিভিউৰ ক্ষেত্ৰ পন্টৰ ভূমিকাক বহুতেই সমালোচনা কৰিছে। বাংলাদেশৰ বিৰুদ্ধে শেহতীয়া টী-২০মেচত প্ৰথমখন মেচত পৰাজিত হোৱাৰ পাছত পন্ট বিশেষভাৱে সমালোচিত হৈছিল।

ভাৰত-ৱেষ্টইণ্ডিজৰ মাজৰ টী-২০’ত সৰ্বাধিক আউট কৰা উইকেটকীপাৰৰ তালিকা:

এম এছ ধোনী-৭খনত ৫টা আউট, কেচ-৩টা, ষ্টাম্পিং-২টা

দীনেশ ৰামদিন- ৭খন মেচত ৫টা আউট, কেচ ৫টা, ষ্টাম্পিং-০

এণ্ড্ৰে ফ্লেচাৰ-৪খনত মেচত ৩টা আউট, কেচ ৩টা, ষ্টাম্পিং-০

দীনেশ কাৰ্তিক-৪খন মেচত ৩টা আউট, ষ্টাম্পিং-০

ঋষভ পন্ট-৭খন মেচত ৩টা আউট, ৩টা কেচ,ষ্টাম্পিং-০

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd