• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ’ব ৰিয়ান পৰাগ! মেনেজমেন্টে দিছে সেউজ সংকেত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 1:31 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক আই পি এলত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব ৰিয়ান পৰাগ। এই কথা বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰই দাবী কৰিছে। অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা হোৱা নাই। বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে যে ইতিমধ্যে মেনেজমেন্টে সেউজ সংকেত দিছে।

আই পি এলৰ নিলামৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছত যোগদান কৰা সঞ্জু চেমছনে নেতৃত্বৰ পদ খালী হৈ পৰে। সেই ঠাইত ফ্ৰেঞ্চাইজিয়ে যুৱ অলৰাউণ্ডাৰ পৰাগৰ ওপৰত আস্থা ৰাখিছে।

Apply Now

প্ৰতিবেদন অনুসৰি, ৰিয়ান পৰাগক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই জোৰ দিছে। নেতৃত্বৰ বাবে যশস্বী জয়ছোৱাল আৰু ৰবীন্দ্ৰ জাদেজাৰ নামো চৰ্চা হৈছিল। প্ৰসংগক্ৰমে জয়ছোৱালেও কেইমাহমান পূৰ্বে ৰাজহুৱাভাৱে অধিনায়কত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। অৱশ্যে দলটোৱে অৱশেষত ৰিয়ানক বাছনি কৰাৰ দিশত আগবাঢ়িছে।

অৱশ্যেই এইটো প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বে সঞ্জু আঘাতৰ বাবে বাহিৰ হোৱাৰ সময়ত পৰাগে ৰাজস্থানক আঠখন মেচত নেতৃত্ব দিছিল। সেই সময়ত তেওঁৰ বেটিং গড় আছিল ৩৮.৫৭। ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৯৫ ৰানৰ ইনিংছো খেলিছিল। অৱশ্যে পৰাগে দলটোক ৮খন মেচত মাত্ৰ দুখনতহে জয়ী কৰিছিল।

ইপিনে, এইবাৰ ৰাজস্থান ৰয়েলছৰ সৈতে ১১ বছৰীয়া দীৰ্ঘদিনীয়া সম্পৰ্কৰ অন্ত পেলাইছে সঞ্জু ছেমছনে। তেওঁৰ নেতৃত্বত ২০২২ চনতো দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল।

সঞ্জুৱে দল এৰি যোৱাৰ পিছত যি ডাঙৰ খেলুৱৈৰ পৰিৱৰ্তন ঘটিছে তাৰ ভিতৰত ৰাজস্থান ৰয়েৱছলৈ আহিছে ৰবীন্দ্ৰ জাডেজা আৰু ছেম কৰণ। অভিজ্ঞতাৰ ফালৰ পৰা অধিনায়ক হিচাপে জাদেজাৰ নাম আছিল আটাইতকৈ শক্তিশালী। আনকি জোছ বাটলাৰৰ কথাও চৰ্চা হৈছিল।

কিন্তু যিহেতু ৰাজস্থান ৰয়েলছ এটা যুৱ ‘কোৰ গ্ৰুপ’ গঢ়ি তোলাৰ পথত আগবাঢ়িছে, সেয়েহে তেওঁলোকে দীৰ্ঘম্যাদী পৰিকল্পনাত ৰিয়ান পৰাগক আগস্থান দি নতুন অধ্যায় আৰম্ভ কৰিবলৈ আগ্ৰহী। এতিয়া কেবল আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা। একাধিক প্ৰতিবেদনত এই কথাই দাবী কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm
শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

June 24, 2026 8:11 pm
বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

June 24, 2026 7:51 pm
আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm
শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

June 24, 2026 8:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd