• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সঞ্জু নাই, ৰিয়ান পৰাগৰ হাততে ৰাজস্থানৰ কমাণ্ড! কেনেকুৱা হ’ল নতুন ৰয়েলছ ব্ৰিগেড?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2026 3:36 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলৰ ঊনবিংশতম ছিজনত যেতিয়া ৰাজস্থান ৰয়েলছে খেলপথাৰত নামিব তেতিয়া সকলোৰে চকুৱে এনে এজনক বিচাৰিব যিজন দৰাচলতে দলত একেবাৰেই নাই। দীৰ্ঘদিনৰ স্তম্ভ আৰু দলটোৰ অধিনায়ক সঞ্জু চেমছন। আগন্তুক নতুন ছিজনত চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত খেলিব সঞ্জুৱে। যিটো নিঃসন্দেহে ৰাজস্থানৰ বাবে এক ডাঙৰ ক্ষতি।

সেই গভীৰতা দলটোৰ নতুন অধিনায়ক ৰিয়ান পৰাগৰ ভাষাতে স্পষ্ট হৈ পৰিছে। তেওঁ কয়, “সঞ্জুৰ কোনো বিকল্প হ’ব নোৱাৰে।” সেয়ে, সঞ্জুৰ অভাৱ পূৰণ কৰাটোৱেই হ’ব এই ছিজনত ৰাজস্থানৰ আগত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

Apply Now

সঞ্জুৰ প্ৰস্থানৰ লগে লগে আই পি এলৰ দ্বিতীয়টো ট্ৰফী জয় কৰাৰ লক্ষ্যৰে দলটোত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে ৰয়েলছে। নতুন অধিনায়ক হৈছে ৰিয়ান পৰাগ। যোৱা ছিজনত সঞ্জু আঘাতপ্ৰাপ্ত হোৱাৰ পিছত দলটোক নেতৃত্ব দিছিল পৰাগে।

গতিকে ৰিয়ানৰ অধিনায়কত্বৰ অভিজ্ঞতা আছে। সঞ্জুৰ ঠাইত দলটোৱে চেন্নাইৰ পৰা ৰবীন্দ্ৰ জাডেজা আৰু স্পিনাৰ ৰবি বিষ্ণোইক লাভ কৰে। এই সন্দৰ্ভত মেনেজমেন্টো যথেষ্ট আশাবাদী। অৱশ্যে জাডেজাৰ সৈতে অহা ছেম কাৰানৰ আঘাত দলটোৰ বাবে ডাঙৰ ক্ষতি হ’ব পাৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত অভিষেক ঘটোৱা ভিগনেশ পুথু এই দলৰ যুৱ মুখ৷ আনহাতে, ৰাহুল দ্ৰাবিড়ৰ ঠাইত প্ৰশিক্ষক হিচাপে ঘূৰি আহিছে কুমাৰ ছাংগাকাৰা।

অৱশ্যে সমগ্ৰ ক্ৰিকেট জগতে এতিয়া বৈভৱ সূৰ্যবংশীৰ বেটলৈ চাই আছে। প্ৰথম ছিজনত ধুমুহাৰ সৃষ্টি কৰা এই যুৱ তাৰকাগৰাকীয়ে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰাৰ আত্মবিশ্বাসেৰে খেলপথাৰত নামিব। যশস্বী জয়ছোৱাল লগত থকাৰ বাবে ৰাজস্থানে অপেনিঙৰ বাবে বিশেষ চিন্তা কৰিব নালাগে। ইয়াৰ উপৰিও টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হৈ বিধ্বংসী বেটিং কৰা শ্বিমৰন হেটমায়াৰে তিনি নম্বৰত খেলাৰ সম্ভাৱনা আছে।

তদুপৰি, অধিনায়ক ৰিয়ান পৰাগ আৰু উইকেটকীপাৰ ধ্ৰুৱ জুৰেলে মধ্য ক্ৰমত শক্তি প্ৰদান কৰিব। ৰবীন্দ্ৰ জাদেজাই অল ৰাউণ্ডাৰ হিচাপে অভিজ্ঞতা লৈ আহিছে। ইংলেণ্ডৰ পেচাৰ জোফ্ৰা আৰ্চাৰে বলিং আক্ৰমণ চম্ভালিব।

দলটোৰ পেচ বিভাগত আছে ক’য়েনা মাফাকা, আদম মিলনে, সন্দীপ শৰ্মা আৰু তুষাৰ দেশপাণ্ডে। অৱশ্যে ৰাজস্থান দলৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ’ল এজন ভাল ফিনিছাৰৰ অভাৱ। যদিহে হেটমায়াৰক শীৰ্ষ অৰ্ডাৰলৈ অনা হয় তেন্তে প্ৰথম তিনিজন বাওঁহতীয়া বেটছমেন হ’ব। বহুতে ধাৰণা কৰে যে ইয়াৰ ফলত দলটোৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে। কাৰণ, শীৰ্ষ ক্ৰমত তিনিজন বাওঁহতীয়া খেলুৱৈ থকাৰ বাবে টি-২০ বিশ্বকাপত ভাৰতে যি সমস্যাৰ সন্মুখীন হৈছিল তাৰ সুযোগ বিপক্ষ দলসমূহে নিশ্চিতভাৱে ল’ব বিচাৰিব।

ইয়াৰ বাহিৰেও পৰাগৰ অধিনায়কত্বক লৈ অনুৰাগীৰ মাজত কিছু দ্বিধাৰ সৃষ্টি হৈছে। কাৰণ যোৱা ছিজনত তেওঁ নেতৃত্ব দিয়া ৮খন মেচৰ ভিতৰত ৰাজস্থানে মাত্ৰ দুখন খেলতহে জয়লাভ কৰিছিল।

সম্ভাৱ্য প্ৰথম একাদশ : যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, শ্বিমৰন হেটমেয়াৰ, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাডেজা, ড’নভান ফেৰেইৰা, জোফ্ৰা আৰ্চাৰ, সন্দীপ শৰ্মা, ৰবি বিষ্ণোই, আদম মিলনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am
নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd