DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত শোকাৱহ পথ দুৰ্ঘটনা; ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতেই যুৱকৰ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
November 18, 2018 9:24 am
Bike accident bokakhat
616
VIEWS
Share on FacebookShare on Twitter

আজি পুৱায়েই বোকাখাতৰ লতাবাৰীত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ভৈৰৱ দাস নামৰ এজন যুৱকৰ ঘটনাস্থলীতেই মৃত্যু হ’বলগীয়া হয়।

পুৱা পালচাৰ মটৰ চাইকেল লৈ লতাবাৰীলৈ বুলি ওলাই যোৱা ভৈৰৱ দাসৰ মটৰ চাইকেলৰ সৈতে এখন ট্ৰাকৰ সংঘৰ্ষৰ ফলতে যুৱকজনে প্ৰাণ হেৰুৱাবলগা হ’ল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

প্ৰত্যক্ষদৰ্শীৰ মতে দাসে এ এছ-০৩ এফ-১৩১১ নম্বৰৰ পালচাৰ বাইকেৰে লতাবাৰীৰ ৰামধেনু পেট্ৰল পাম্পত তেল ভৰাবলৈ যাওঁতেই বিপৰীত দিশৰ পৰা অহা জি জে-০৫ বি এক্স-৯২৩৭ নম্বৰৰ ট্ৰাকখনৰ লগত সংঘৰ্ষৰ লাগে।

বোকাখাত আৰক্ষীয়ে নিহত যুৱকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। তদুপৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনক বোকাখাত আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে।

উল্লেখযোগ্য যে বোকাখাত নগৰত এখন সৰু দোকান খুলি ব্যৱসায় চলাই থকা বোকাখাত নগৰৰ দ’ গাঁৱৰ নিৱাসী ভৈৰৱ দাস আজি কিছুদিন পুৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। সৰবৰহী যুৱকজনৰ মৃত্যুত বোকাখাত নগৰত শোকৰ ছাঁ পৰিছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd