• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন নিহত দুজনৰ অৱস্থা সংকটজনক

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুদাম , March 21, 2020 7:31 pm

1 min read

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন নিহত দুজনৰ অৱস্থা সংকটজনক
2.7k
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ গোমোঠা গাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে দুপৰীয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত। বৃহৎকায় কাঠৰ কুণ্ডা ভৰ্তি এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ দাঁতিত এখন ব’লেৰ বাহন হেঁচা মাৰি ধৰাৰ ফলতেই উক্ত দুর্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত ব’লেৰ বাহনখনৰ ভিতৰত বহু সময় ধৰি আবদ্ধ হৈ থাকে তিনিজন লোক। এ এচ-০৯ চি-৬৩৭২ নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই অনা কাঠৰ কুণ্ডাৰ ভৰত চেপেটা লাগে যোৰহাটৰ পৰা নগাঁৱৰ দিশে আহি থকা এ এচ-০১ ডি ৱাই-৯০৩১ নম্বৰৰ ব’লেৰ বাহনখন।

স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰি ততাতৈয়াকৈ কাষতে থকা এখন জে চি বিৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

পাছত ঘটনাস্থলীত নগাঁও আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অতি সংকটজনক অৱস্থাত ব’লেৰ বাহনখনৰ তিনিও যাত্ৰীকে উদ্ধাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ৰূপক চন্দ্ৰ নামৰ যাত্ৰীজনক চিকিৎসকে মৃত ঘোষণা কৰাৰ লগতে সংকটজনক অৱস্থাত থকা অংকুৰ ৰাজখোৱা আৰু ৰবীন্দ্ৰ পালক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

একাংশৰ মতে নিৰ্মীয়মাণ চাৰিলেন যুক্ত ৰাজপথছোৱাৰ দুৰৱস্থাৰ বাবেই উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি অসন্তুষ্টি প্ৰকাশ কৰে গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd