DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত দেশৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদৰ নামত পথৰ নামকৰণ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
December 23, 2021 7:33 am
116
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ পানবেছা তাতী পথাৰত চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নে শ্বহীদৰ নামত পথ নামাকৰণ অনুষ্ঠান অনুষ্ঠিত কৰে ।

১৯৯৭ চনত দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ দিলীপ খঙীয়াৰ নামত উৎসৰ্গা তথা নামকৰণ কৰে এটা পথ।
চি আৰ পি এফত কৰ্মৰত অৱস্থাতে মণিপুৰত শ্বহীদ হৈছিল পানবেছাৰ তাতী পথাৰৰ দিলীপ খঙীয়া।

বুধবাৰে শ্বহীদ গৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ উপস্থিত শ্বহীদ দিলীপ খঙীয়াৰ স্মৃতিত পথটো তেওঁৰ নামেৰে নামকৰণ কৰা হয়।

উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দহালে। ইয়াৰ পিছতে শ্বহীদ গৰাকীৰ পৰিয়ালকো ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে চি আৰ পি এফে।

যঅনুষ্ঠানত চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নৰ কমাণ্ডেন্ট ললীত কুমাৰ বাৰ্মা , অজয় কুমাৰ , জগদীশ প্ৰসাদ যাদৱ , ৰূপেশ কলিতা , বি ডি অ’ চন্দন কলিতাকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Recent News

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

Adani

সংসদত আদানী বিতৰ্ক: তদন্তৰ দাবী জনাই সংসদত সোচ্চাৰ বিৰোধী

ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে বিনামূলীয়াকৈ ৯৫ মিলিয়ন কণ্ডম বিতৰণ কৰিব চৰকাৰে

ভেলেন্টাইন ডে’ৰ উপলক্ষ্যে বিনামূলীয়াকৈ ৯৫ মিলিয়ন কণ্ডম বিতৰণ কৰিব চৰকাৰে

Siddique Kappan

অৱশেষত কাৰামুক্ত হ’ল ছিদ্দিক কাপ্পান: মুকলি আকাশৰ তললৈ আহিয়ে দিলে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd