• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মাইলষ্ট’ন এলাৰ্ট! ৰোহিত শৰ্মাৰ সমুখত শচীন, পণ্টিং, গাংগুলীক অতিক্ৰমৰ সুযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2023 11:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা আৰম্ভ হ’ব ঘৰুৱা দল ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ভ্ৰমণকাৰী ভাৰতৰ তিনিখনীয়া এদিনীয়া মেচৰ দ্বিপাক্ষিক শৃংখলা। এই শৃংখলাটোত ভাৰতীয় দলৰ অধিনায়ক তথা অপেনাৰ ৰোহিত শৰ্মাই এক ঈৰ্ষণীয় মাইলষ্ট’ন সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিছে।

নিম্নক্ৰমৰ বেটিং স্থানৰ পৰা দলৰ অপেনিং বেটাৰলৈ উন্নীত হোৱাৰ পিছৰে পৰাই ৰোহিত শৰ্মা ভাৰতীয় দলৰ বেটিং লাইন আপৰ অন্যতম মুখ্য হোতা হিচাপে পৰিগণিত হৈ আহিছে। সুদৃঢ় আৰম্ভণিৰে দলক এক শক্তিশালী স্থিতিত উপনীত কৰোৱাত ৰোহিতে গ্ৰহণ কৰি আহিছে এক গুৰুত্বপূৰ্ণ ভূমিকা।

Apply Now

আক্ৰমণাত্মক শৈলীৰে ইনিংছ দীঘলীয়া কৰাত সিদ্ধহস্ত ৰোহিত শৰ্মাই আজিৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাত এদিনীয়া কেৰিয়াৰত ১০,০০০ ৰান সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। এইপৰ্যন্ত তাৰকা বেটাৰগৰাকীয়ে এদিনীয়াত ৯৮২৫ ৰান সংগ্ৰহ কৰিছে।

এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ ৰোহিত শৰ্মাক মাত্ৰ ১৭৫ ৰানৰ প্ৰয়োজন। ৱেষ্ট ইণ্ডিজৰ বিপক্ষে তাৰকাগৰাকীয়ে এই মাইলষ্ট’ন সম্পূৰ্ণ কৰিলে ক্ৰিকেট কিংবদন্তী শচীন টেণ্ডুলকাৰৰ লগতে সৌৰভ গাংগুলী আৰু ৰিকি পণ্টিঙৰ দৰে তাৰকাক অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।

ক্ৰিকেট ইতিহাসৰ এই মহাতাৰকাসকলক অতিক্ৰম কৰিব পাৰিলে হিটমেন খ্যাত ৰোহিত শৰ্মা আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত এই মাইলষ্ট’ন সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ হিচাপে কৃতিত্ব কৰিব।

এই তালিকাত শীৰ্ষস্থানত আছে ভাৰতৰ তাৰকা খেলুৱৈ তথা সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী। কোহলীয়ে মাত্ৰ ২০৫ ইনিংছত এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিছিল।

কোহলীৰ পিছত তালিকাৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্,মে টেণ্ডুলকাৰ, গাংগুলী, পণ্টিং। প্ৰাক্তন তাৰকা ক্ৰিকেটাৰকেইগৰাকীয়ে ক্ৰমে ২৫৯, ২৬৩, আৰু ২৬৬ ইনিংছত ১০ হাজাৰ ৰানৰ সীমা স্পৰ্শ কৰিছিল।

উল্লেখ্য যে, ৰোহিত শৰ্মাই বৰ্তমানলৈকে এদিনীয়া ক্ৰিকেটত ২৩৬টা ইনিংছ খেলিছে। ১০,০০০ ৰানৰ দ্ৰুততম খেলুৱৈৰ তালিকাত ৰোহিতে কোহলীক অতিক্ৰম কৰা সম্ভৱ নহ’লেও দ্বিতীয় স্থান দখলৰ বাবে হিটমেন ৰোহিতৰ হাতত আছে পৰ্যাপ্ত সুযোগ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd