• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, দললৈ উভতিল ৰোহিত শৰ্মা

প্ৰত্যাৱৰ্তন ঘটিল কুলদীপ যাদৱৰ, টি-২০ দলত নতুন মুখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2022 8:45 am
Indian squad against West Indies
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। আঘাতমুক্ত হৈ দললৈ ঘূৰি আহিছে ভাৰতীয় ক্ৰিকেট দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বুধবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক তিনিখনীয়া এদিনীয়া শৃংখলা আৰু ঘৰুৱা টি-২০ শৃংখলাৰ বাবে ১৮ জনীয়া দল ঘোষণা কৰে। হোৱাইট বল ক্ৰিকেটৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে পূৰ্ণ-সময়ৰ অধিনায়ক হিচাপে এদিনীয়াত দলটোক নেতৃত্ব দিব।

Apply Now

উল্লেখ্য যে নিয়মীয়া অধিনায়ক হিচাপে নিযুক্ত হোৱাৰ পিছতে হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বাহিৰ হৈছিল ৰোহিত শৰ্মা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ০-৩ ব্যৱধানত হোৱাইটৱাছৰ পিছত ৰোহিতৰ প্ৰত্যাৱৰ্তন দলৰ বাবে এক উৎসাহজনক খবৰ।

আনহাতে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত এদিনীয়া দলৰ অংশ হিচাপে দললৈ উভতি আহিছে কুলদীপ যাদৱ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ পিছত ৰবিচন্দ্ৰন অশ্বিনক দলৰ পৰা বাদ দিয়া হৈছে।

অফস্পিনাৰ ৱাশ্বিংটন সুন্দৰকো দললৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু ঘোষিত দুয়োটা দলতে স্থান লাভ কৰিছে। উদীয়মান লেগ স্পিনাৰ ৰবি বিষ্ণৈক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত স্থান দিয়া হৈছে।

আনহাতে অলৰাউণ্ডাৰ দীপক হুদাক ঘোষিত এদিনীয়া দলত অন্তৰ্ভূক্ত কৰা হৈছে। যুৱ পেচ বলাৰ আভেশ খানক দুয়োটা দলতে স্থান দিয়া হৈছে। যোৱা চিজনৰ আইপিএলত সুন্দৰ প্ৰদৰ্শনৰ সুবাদত টি-২০ দলত স্থান লাভ কৰিছে হৰ্ষল পেটেলে।

আনহাতে দক্ষিণ আফ্ৰিকা ভ্ৰমণত দুৰ্বল প্ৰদৰ্শনৰ পিছত এদিনীয়া দলৰ পৰা বাদ পৰিছে অভিজ্ঞ পেচ বলাৰ ভুৱনেশ্বৰ কুমাৰ। অৱশ্যে টি-২০ শৃংখলাৰ বাবে তেওঁক দলত অন্তৰ্ভূক্ত কৰা হৈছে।

দলৰ তাৰকা পেচাৰদ্বয় যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামীক দুয়োটা শৃংখলাটোতে বিশ্ৰাম দিয়া হৈছে। আনহাতে কে এল ৰাহুল দ্বিতীয় এদিনীয়াৰ পৰা দলত উপলব্ধ হ’ব বুলি এক টুইটযোগে প্ৰকাশ কৰিছে বিচিচিআইয়ে।

বিচিচিআইয়ে লগতে কয় যে ৰবীন্দ্ৰ জাদেজা আঁঠুৰ আঘাতৰ পৰা ক্ৰমাৎ আৰোগ্য হৈছে আৰু সম্পূৰ্ণ সুস্থ নোহোৱাৰ বাবে শৃংখলাত উপলব্ধ নহ’ব। আনহাতে স্পীনাৰ অক্সৰ পেটেল টি-২০ ৰ বাবে দলত উপলব্ধ হ’ব।

ৰোহিত শৰ্মাৰ প্ৰত্যাৱৰ্তনৰ পিছত শিখৰ ধাৱানৰ সৈতে দলৰ ইনিংছ মুকলি কৰাটো প্ৰায় নিশ্চিত আৰু ইয়াৰ ফলত সহ-অধিনায়ক কে এল ৰাহুল বেটিং ক্ৰমৰ ৪ নম্বৰ স্থানলৈ নামি আহিব পাৰে।

উল্লেখ্য যে তিনিখন এদিনীয়া খেলৰ শৃংখলাটো আহমেদাবাদত আৰু টি-২০ শৃংখলা কলকাতাত অনুষ্ঠিত হ’ব।

এদিনীয়া দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, শিখৰ ধাৱান, বিৰাট কোহলী, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়স আয়াৰ, দীপক হুডা, ঋষভ পণ্ট (উইকেট-ৰক্ষক), দীপক চাহাৰ, শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, আভেশ খান

টি-২০ দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), ঈশান কিষণ, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, সূৰ্য কুমাৰ যাদৱ, ঋষভ পণ্ট (উইকেট-ৰক্ষক), ভেঙ্কটেশ আয়াৰ, দীপক চাহাৰ, শাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণৈ, অক্সৰ পেটেল, যুজবেন্দ্ৰ চাহাল, ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ, ভুৱনেশ্বৰ কুমাৰ, আভেশ খান, হৰ্ষল পেটেল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd