DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ পৰা বাহিৰ ৰোহিত শৰ্মা; দললৈ আমন্ত্ৰণ নতুন যুৱ তাৰকাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2021 8:35 pm
Rohit Sharma
222
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় শিবিৰত লাগিছে এক মোক্ষম আঘাত। আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাত ভাগ ল’বলগীয়া টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মা।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ৰোহিত শৰ্মাৰ আঘাতৰ বিষয়ে ঘোষণা কৰাৰ লগতে তেওঁৰ স্থানত দলত স্থান দিয়া খেলুৱৈৰ নামো ঘোষণা কৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে ভাৰতীয় টেষ্ট দলৰ নতুন সহ- অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ নাম ঘোষণা কৰা হৈছিল। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে মুম্বাইত অনুশীলনৰত অৱস্থাতে আঘাতপ্ৰাপ্ত হয় ৰোহিত শৰ্মা।

বিচিচিআইৰ এক টুইট অনুসৰি দেওবাৰে অনুশীলনৰ সময়ত ৰোহিত শৰ্মা হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল। চিকিৎসা দলৰ পৰামৰ্শ অনুসৰি তেওঁ বৰ্তমানৰ বাবে বিশ্ৰাম ল’ব লাগিব। আৰু সেয়ে তেওঁ দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট দলত নাথাকিব।

 

NEWS – Priyank Panchal replaces injured Rohit Sharma in India’s Test squad.

Rohit sustained a left hamstring injury during his training session here in Mumbai yesterday. He has been ruled out of the upcoming 3-match Test series against South Africa.#SAvIND | @PKpanchal9 pic.twitter.com/b8VgoN52LW

— BCCI (@BCCI) December 13, 2021

বিচিচিআই- এ ৰোহিত শৰ্মাৰ পৰিৱৰ্তে প্ৰিয়াংক পাঞ্চালৰ নাম ঘোষণা কৰিছে। উল্লেখ্য যে প্ৰিয়াংক বৰ্তমান ভাৰতীয় এ দলৰ অধিনায়ক আৰু বৰ্তমান দক্ষিণ আফ্ৰিকা এ দলৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাতে আছে।

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd