• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আকৌ ছুপাৰ অ’ভাৰ; শ্বাসৰুদ্ধকৰ মেচত ৰোহিতৰ মুম্বাইক পৰাস্ত কৰিলে কোহলীৰ বাংগালোৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 29, 2020 7:11 am

2 min read

148267-lnrzmiznrp-1601318474
544
VIEWS
Share on FacebookShare on Twitter

চলিত আইপিএলৰ সোমবাৰে খেলোৱা এখন খেলত শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ছুপাৰ অ’ভাৰত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰে।

মুম্বাই ইণ্ডিয়ানছৰ ঈষান কিশান আৰু কিৰেন পোলাৰ্ডৰ বিস্ফোৰণৰ ফলত মুম্বাইয়ে বিশাল লক্ষ্য স্পৰ্শ কৰিও থমকি ৰ’বলগীয়া হ’ল।

চলিত আইপিএলৰ এইখন আছিল আটাইতকৈ আকৰ্ষণীয় তথা প্ৰত্যাহ্বানৰ যুঁজ। স্নায়ু যুঁজত অৱশ্যে শেষ হাঁহি মাৰিলে কোহলীয়েই।

মুম্বাইৰ হৈ ঈষান কিষানে অবিশ্বাস্য এক ইনিংছ খেলে। মাত্ৰ ১ৰাণৰ বাবে সতক বঞ্চিত এইগৰাকী নতুন তাৰকাই ৫৮টা বলত ৯৯ৰাণ কৰে।

ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰে নিৰ্দ্ধাৰিত ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ২০১ৰাণ কৰি মুম্বাই ইণ্ডিয়ানছক ২০২ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।

মুম্বাইয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০১ ৰাণ কৰি খেলখনৰ ফলাফল নিৰ্ণয়ৰ বাবে ছুপাৰ অভাৰলৈ ঠেলি দিয়ে।

মুম্বাইৰ হৈ কিৰেন পোলাৰ্ডে ২৪টা বলত ৬০ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলি অপৰাজিত থাকে।

ছুপাৰ অভাৰত বিৰাট কোহলীয়ে বাউণ্ডেৰি মাৰি বিজয় সাৱ্যস্ত কৰে।

খেলখনত দুটোয়া দলৰ অধিনায়কদ্বয় বিৰাট কোহলী আৰু ৰোহিত শৰ্মা বেটিঙত ব্যৰ্থ হয়। নিজৰ তৃতীয়খন মেচত কোহলীয়ে ১১টা বল খেলি ৩ৰাণ কৰি পেভলিয়নমুখী হয়।

আইপিএলৰ খেলখনত ২০০ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ কৰা প্ৰচেষ্টাৰে কিষান আৰু পোলাৰ্ডে এক চমৎকাৰ প্ৰদৰ্শন দাঙি ধৰে। বিজয়ৰ দুৱাৰমুখলৈ আহিও অৱশ্যে পৰাজয় স্বীকাৰ কৰিবলগীয়া হোৱাটো কিছু দুৰ্ভাগ্যজনক বুলি ক’ব পাৰি।

Recent News

_89994403_ladies_special_bus_-4

বিশ্ব নাৰী দিৱসৰ দিনাই বৃহৎ ঘোষণা : ৰাজ্যজুৰি মহিলাৰ বাছ ভাৰা ৰেহাই দিব দেশৰ এখন ৰাজ্য চৰকাৰে

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd