• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বন্ধ হ’ব ৰয়েল এনফিল্ডৰ তিনিটা জনপ্ৰিয় ম’ডেল! বুকিং বন্ধ কৰিছে প্ৰতিষ্ঠানটোৱে

কি কি ম’ডেল বুকিং বন্ধ ৰাখিছে প্ৰতিষ্ঠানটোৱে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 26, 2020 2:51 pm

2 min read

১১
708
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ জনপ্ৰিয় মটৰ চাইকেল নিৰ্মাতা প্ৰতিষ্ঠান ৰয়েল এনফিল্ডৰ অনুৰাগীৰ বাবে দুঃখবৰ।

এই ৰয়েল এনফিল্ডে ঘোষণা কৰিছে যে ইয়াৰ তিনিটা জনপ্ৰিয় ম’ডেলৰ নিৰ্মাণ বন্ধ কৰিব।

প্ৰতিষ্ঠানটোৱে বন্ধ কৰিব নিজৰ অতি জনপ্ৰিয় তিনিটা ম’ডেলৰ বিক্ৰী।

ইতিমধ্যে প্ৰতিষ্ঠানটোৱে ম’ডেল তিনিটাৰ বুকিং বন্ধ কৰিছে।

বুকিং বন্ধ কৰা ম’ডেলকেইটা হৈছে ক্ৰমে ৫০০ চিচি বুলেট, ৫০০ চিচিৰ ক্লাছিক আৰু ৫০০ চিচিৰ থাণ্ডাৰবাৰ্থ।

অৱশ্যো সূত্ৰটোৰ মতে প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও এই সিদ্ধান্ত সামৰিকভাৱে লৈছে বুলি জানিব পৰা গৈছে।

প্ৰতিষ্ঠানটোৱে ৫০০ চিচি বাইকৰ বিক্ৰী লেহেমীয়া হোৱাৰ বাবে এই সামৰিক সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

সূত্ৰটোৰ মতে সেয়ে প্ৰতিষ্ঠানটোৱে ৩৫০ চিচি ম’ডেলৰ বাইকবোৰক ৫০০ চিচিৰ সমতূল্য কৰি বিক্ৰীৰ বাবে সিদ্ধান্ত লৈছে।

শেহতীয়া খবৰ মতে প্ৰতিষ্ঠানটোৱে ৩৫০ চিচিৰ ম’ডেলবোৰক BS6 ইঞ্জিনলৈ উন্নত কৰিছে। ইয়াৰ পিছত ৫০০ চিচি ইঞ্জিনকো BS6 ইঞ্জিনলৈ উন্নত কৰিব যদিও সদ্যহতে ৩৫০ চিচি ম’ডেলৰ বাইকতহে প্ৰতিষ্ঠানটোৱে গুৰুত্ব প্ৰদান কৰিছে।

ৰয়েল এনফিল্ডে ৫০০ চিচি ম’ডেলবোৰত এয়াৰ কুল্ড ইঞ্জিন ব্যৱহাৰ কৰি আহিছে। এই ম’ডেলবোৰৰ দাম ১.৮৯ লাখৰ পৰা ২.১৫ লাখৰ ভিতৰত।

প্ৰতিষ্ঠানটোৱে ৫০০চিচিৰ ম’ডেলবোৰ বন্ধ কৰিলেও নতুন ম’ডেলৰ বাইক নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰতিষ্ঠানটোৱে কিছুদিন পূৰ্বে নতুন নাম পঞ্জীয়ন কৰা বুলিও জানিব পৰা গৈছে। ৫০০ চিচিৰ বাইক নিৰ্মাণ বন্ধ কৰি ৩৫০ চিচি আৰু ৬৫০ চিচি বাইক নিৰ্মাণত গুৰুত্ব দিব বুলি জানিব পৰা গৈছে প্ৰতিষ্ঠানটোৱে।

 

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd