• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১০,০০০টকীয়া দৰমহাৰ ৰেপিডো চালকৰ একাউণ্টত ৩০০ কোটিৰ লেনদেন: পিছে কেনেকৈ ঘটিল এই কাণ্ড?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2026 3:29 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় দহ হাজাৰ টকা দৰমহাৰ এজন ৰেপিডো চালক আৰু তেওঁৰ বেংক একাউণ্টত ৩০০ কোটি টকাৰ লেনদেন। আহমেদাবাদত পোহৰলৈ অহা এই খবৰে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। এনকাউণ্টাৰত এটা বৃহৎ হাৱালা কেলেংকাৰিৰ তথ্য লাভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে। ৫৫০ কোটি টকাৰ এক বিশাল বিত্তীয় জালিয়াতিৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষী আৰু ইডিয়ে চলাইছে তীব্ৰ অভিযান। এই সমগ্ৰ ঘটনাৰ আঁৰত আছে অনলাইন ক্ৰিকেট পণ আৰু শ্বেয়াৰ বজাৰৰ অবৈধ কাৰবাৰ।

আৰম্ভণিতে এই ঘটনা পোহৰলৈ আহে যেতিয়া আহমেদাবাদৰ এজন ৰেপিডো চালক প্ৰদীপ ওডেৰ একাউণ্টত অস্বাভাৱিক লেনদেন চকুত পৰে। মাহে মাত্ৰ ১০ ৰ পৰা ১২ হাজাৰ টকা উপাৰ্জন কৰা এজন ব্যক্তিৰ একাউণ্টত ৩০০ কোটিতকৈ অধিক টকাৰ লেনদেন হোৱাটোৱে তদন্তকাৰীৰ সন্দেহ বৃদ্ধি কৰে। তদন্তত ওলাই পৰে যে প্ৰদীপে মাত্ৰ ২৫ হাজাৰ টকাৰ বিনিময়ত নিজৰ বেংক একাউণ্টটো কিৰণ পাৰমাৰ নামৰ এজন ব্যক্তিক ব্যৱহাৰ কৰিবলৈ দিছিল। ইয়াৰ উপৰিও প্ৰতিখন চহী কৰা চেকৰ বাবদ তেওঁক অতিৰিক্ত ৪০০ টকাকৈ দিয়া হৈছিল।

Apply Now

প্ৰদীপৰ নথি-পত্ৰ ব্যৱহাৰ কৰি প্ৰদীপ এণ্টাৰপ্ৰাইজ নামৰ এটা ভুৱা প্ৰতিষ্ঠান খোলা হৈছিল। একেদৰেই কমলেশ ট্ৰেডিং আৰু ৰাউনাক ট্ৰেডাৰ্ছ নামৰ আন দুটা কোম্পানীও গঠন কৰা হয়। যদিও এই কোম্পানীসমূহৰ কোনো প্ৰকৃত ব্যৱসায়িক কাম-কাজ নাছিল, তথাপিও ২০২৪ চনত পঞ্জীয়ন হোৱাৰ পাছৰে পৰা ইয়াৰ একাউণ্টসমূহত মুঠ ৫৫০ কোটি টকা জমা কৰা হৈছিল। ইডিয়ে প্ৰকাশ কৰিছে যে অনলাইন ক্ৰিকেট পণৰ পৰা লাভ কৰা ধন এই একাউণ্টসমূহৰ জৰিয়তে আন কেইবাটাও কোম্পানীলৈ স্থানান্তৰ কৰা হৈছিল।

তদন্তকাৰীৰ মতে এই চক্ৰটোৱে কেৱল পণ মৰাই নহয়, বৰঞ্চ শ্বেয়াৰ বজাৰতো জালিয়াতি চলাইছিল। পেনি ষ্টকৰ জৰিয়তে শ্বেয়াৰৰ দাম কৃত্ৰিমভাৱে বৃদ্ধি কৰি তেওঁলোকে ধনৰ লেনদেন কৰিছিল। আনকি ইমপেক্ট গুৰুৰ দৰে প্লেটফৰ্মৰ জৰিয়তে ভুৱা অনুদান দি ধন লুণ্ডাৰ কৰাৰো সন্দেহ কৰা হৈছে। এই বৃহৎ পৰিমাণৰ ধন এজন ব্যৱসায়ীৰ ব্যক্তিগত বিয়াৰ খৰচ আৰু অন্যান্য বিলাসী কামত ব্যৱহাৰ কৰা বুলিও তথ্য লাভ কৰিছে বিষয়াসকলে। বৰ্তমান ইডিয়ে এই ধনৰ উৎস আৰু ইয়াৰ আঁৰত থকা আন মাষ্টাৰমাইণ্ডসকলক কৰায়ত্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

August 8, 2026 7:50 am
ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

August 8, 2026 7:50 am
ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd