• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোটেই নিশা ধৰ্ণা-প্ৰতিবাদত বহা ৮সাংসদৰ বাবে চাহ লৈ আনিলে ৰাজ্যসভাৰ উপাধ্যক্ষই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2020 11:23 am
mp-night-730-2_1600741779

ফটো সৌজন্য: এ এন আই

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটেই নিশা সংসদৰ গান্ধীমূৰ্তিৰ তলত ধৰ্ণা দিয়ে ৰাজ্যসভাৰ পৰা নিলম্বিত হোৱা ৮গৰাকী সাংসদে। মঙলবাৰে  পুৱাও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে।

কৃষি বিধেয়কক লৈ যোৱা দেওবাৰে ৰাজ্যসভাত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পাছত সোমবাৰে  ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে আঠ গৰাকী সাংসদক এসপ্তাহৰ বাবে নিলম্বন কৰে।

Apply Now

ইয়াৰ পাছতে সাংসদকেইগৰাকীয়ে গান্ধীমূৰ্তিৰ তলত ধৰ্ণাত বহে।

‘আমি কৃষকৰ বাবে যুঁজ দিম’, ‘গণতন্ত্ৰৰ হত্যা’ পোষ্টাৰ লগত লৈ বিজেপি চৰকাৰ বিৰোধী শ্ল’গান দি তেওঁলোকে প্ৰতিবাদ সাৱ্যস্ত কৰে।

সাংসদকেইগৰাকীয়ে গোটেই নিশা ধৰ্ণা কাৰ্যসূচী পালন কৰে। কংগ্ৰেছ সাংসদ ৰিপুন বৰা আৰু চিপিআইএমৰ সাংসদ ইলামাৰান কৰিমৰ স্বাস্থ্যক লৈ বিৰোধী শিৱিৰ কিছু চিন্তিত আছিল।

কিয়নো দুয়োগৰাকীৰে বয়ৰ ৬৫ৰ ওপৰত হোৱাত তেওঁলোকৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ বাবে বিৰোধী সাংসদসকলে খাদ্যৰো যোগান ধৰিছিল।

আনকি, জৰুৰীকালীন স্বাস্থ্যসেৱাৰ বাবে এখন এম্বুলেন্সো মজুত ৰখা হৈছিল।

বিক্ষোভকাৰী সাংসদকেইজনৰ খৱৰ ল’বলৈ ধৰ্ণাস্থলীত উপস্থিত হয় নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, জেডিএছৰ মুৰব্বী প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেবেগৌড়া, সমাজবাদী পাৰ্টিৰ জয়া বচ্চন, কংগ্ৰেছৰ আহমেদ পেটেল আৰু এনচিপিৰ সুপ্ৰিয়া সূলে।

আনহাতে, মঙলবাৰে পুৱাই ৮গৰাকী সাংসদৰ সৈতে দেখা কৰিবলৈ আহে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ন সিং।

দেওবাৰে যাৰ সিদ্ধান্তক লৈয়েই ৰাজ্যসভাত সৃষ্টি হৈছিল, তেওঁৱেই সাংসদকেইগৰাকীৰ বাবে চাহ লৈ আহে।

এই সন্দৰ্ভত সাংসদ ৰিপুন বৰাই কয়, ‘’ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে নহয়, সহকৰ্মা হিচাপে আমাৰ সৈতে দেখা কৰিবলৈ আহিছিল হৰিবংশ ডাঙৰীয়া। আমাৰ বাবে চাহ আৰু স্নেকছো লৈ আনিছিল। নিলম্বনৰ বিৰুদ্ধে সোমবাৰে আমি ধৰ্ণা- প্ৰতিবাদ আৰম্ভ কৰি গোটেই নিশা কটাইছিলো।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd