• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হঠাতে একাংশ লোকে নিজকে হিন্দুসকলৰ নেতা বুলি জাহিৰ কৰিছে’, কিয় ক’লে মোহন ভাগৱতে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 20, 2024 11:55 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ এছ এছৰ নেতা মোহন ভাগৱতে কয় যে দেশৰ একাংশ লোকে হঠাতে নিজকে হিন্দু সম্প্ৰদায়ৰ নেতা হিচাপে প্ৰক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। এই স্বঘোষিত নেতাসকলৰ বিষয়ে দেশবাসীক সতৰ্ক কৰি দিছে ভাগৱতে।

পুনেত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এক অনুষ্ঠানত ভাষণ দি ভাগৱতে কয় যে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছত দেশজুৰি একাংশ লোকে মছজিদৰ তলত মন্দিৰ বিচাৰিবলৈ আৰম্ভ কৰিছে। এই কামটো অতি গৰ্হিত আৰু সম্প্ৰীতি বিৰোধী। দেশৰ ধৰ্মীয় সম্প্ৰীতি ৰক্ষাৰ আহ্বান জনাই ভাগৱতে কয় যে মোগল সম্ৰাট ঔৰংজেবে যেনেকৈ ধৰ্মীয় সম্প্ৰীতিৰ বহু ক্ষতি কৰিছিল, তেনেকৈ বাহাদুৰ শ্বাহ জাফৰে আকৌ ১৮৫৭ চনত দেশত গোহত্যা নিষিদ্ধ কৰিছিল।

Apply Now

উল্লেখ্য যে ২০১৯-১ চনৰ ৯ নৱেম্বৰত অযোধ্যা গোচৰত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিবাদিত ভূমি আবণ্টন দিয়াৰ পিছত মোহন ভাগৱতে মন্দিৰ-মছজিদ বিবাদত আৰ এছ এছ আৰু জড়িত নহ’ব বুলি ঘোষণা কৰিছিল। সংঘই বিশেষ কাৰণত ৰাম মন্দিৰ আন্দোলনত অংশ লৈছিল।

লগতে পঢ়কঃ ট্ৰাকৰ সংঘৰ্ষ, জয়পুৰৰ পেট্ৰল পাম্পত প্ৰচণ্ড বিস্ফোৰণ; কমেও ৫ জনৰ মৃত্যু, আহত ৩০ জন

দেখা গৈছে যে তাৰপিছতো দেশৰ কেইবাটাও স্থানত হিন্দুত্ববাদীসকলে হিন্দু মন্দিৰ বুলি দাবী কৰি কিছুমান মছজিদ আঁতৰাবলৈ দাবী জনাইছে। গোচৰৰ পৰিপ্ৰেক্ষিতত কেইবাখনো আদালতে মছজিদৰ জৰীপৰ নিৰ্দেশ দিছে। সেই তালিকাত বাৰাণসীৰ জ্ঞানবাপি, মথুৰাৰ শ্বাহী ইডগাহ, সম্ভলৰ শ্বাহী মছজিদ আৰু ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ দৰগাহ অন্তৰ্ভুক্ত।

ইটোৰ পিছত সিটো মছজিদক লৈ বিতৰ্ক আৰু আদালতৰ জৰীপৰ নিৰ্দেশক লৈ সৃষ্টি হোৱা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে। ১২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে আপাততঃ এনে কোনো গোচৰ আদালতে গ্ৰহণ কৰিব নোৱাৰে। বৰ্তমানৰ গোচৰৰ ৰায়দানো স্থগিত ৰখা হব।

পুনেৰ অনুষ্ঠানত সংঘৰ মুৰব্বীগৰাকীৰ ভাষণে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। যদিও বহুতে ওলোটাই প্ৰশ্ন উত্থাপন কৰিছে যে ভাগৱতে ইমানদিনে কিয় মুখ খোলা নাছিল। আৰ এছ এছৰ সূত্ৰ অনুসৰি সংঘৰ মুৰব্বীগৰাকীয়ে আগতেই মছজিদৰ তলত মন্দিৰ বিচৰা অভিযানৰ বিৰুদ্ধে মাত মাতিছে। কিন্তু আৰ এছ এছে ইয়াৰ অনুমোদিত সংগঠনসমূহৰ কাম-কাজত হস্তক্ষেপ নকৰে। সংগঠনটোৰ অৱস্থানৰ বিষয়ে তেওঁলোকক মাত্ৰ অৱগতহে কৰা হয়।

লগতে পঢ়কঃ মৰ্মান্তিক ঘটনা! স্কুল মেলাত পদপিষ্ট হৈ ৩৫টা শিশুৰ মৃত্যু  

মছজিদক মন্দিৰ বুলি দাবী কৰাৰ অভিযান সন্দৰ্ভত আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে, দেশৰ সংবিধানৰ শাসন আছে। কোনেও ইচ্ছামতে যিকোনো দাবী কৰিব নোৱাৰে। তেওঁ লগতে কয় যে ভাৰত যদি বিশ্বগুৰু হ’ব বিচাৰে তেন্তে ই সম্প্ৰীতি আৰু সহাৱস্থানৰ নিদৰ্শনো দাঙি ধৰিব লাগিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd