• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে দিচপুৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে কৰা নাই তদন্ত! মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপিল দুলাল বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2018 10:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ ২ মে’ৰ দিনা দিচপুৰ থানাত প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰ চেনিয়াৰ বিৰুদ্ধে আৰ টি আই কৰ্মী দুলাল বৰাই সাৰদা কেলেংকাৰীৰ ফাইল লুকুৱাই ৰখাক লৈ এক গোচৰ ৰুজু কৰিছিল ১১৮৮/১৮ নং এক নম্বৰত।

কিন্তু পাঁচ মাহ উকলি যোৱাৰ পাছতো বৰ্তমানলৈকে প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে কোনোধৰণৰ তদন্ত আৰম্ভ নকৰাৰ অভিযোগ তুলি আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপে আৰ টি আই কৰ্মী দুলাল বৰা।

Apply Now

উল্লেখযোগ্য যে পিপাৰচেনিয়াই চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰিত অৱসৰ গ্ৰহণ কৰাৰ দিনটোতে সেই ফাইলটো বিচাৰি পোৱা হৈছিল বুলি বৰাই ৩০ মে’ত দিচপুৰ প্ৰেছ ক্লাবত সম্বোধন কৰা এখন সংবাদমেলত সদৰী কৰিছিল।

তেওঁ লগতে কৈছিল যে পিপাৰচেনিয়াই চাকৰিৰ পৰা অৱসৰ লোৱা দিনাই ফাইলটো উদ্ধাৰ হয় বুলি মুখ্য সচিবৰ বিষয়াই মুখ্য তথ্য আয়ুক্তৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা শপতনামাত উল্লেখ আছে।

সেয়েহে দুবছৰ ধৰি ফাইল লুকুৱাই ৰখাৰ অভিযোগ তুলি আৰ টি আই কৰ্মীগৰাকীয়ে দিচপুৰ থানাত গোচৰ দিছিল বুলি নৰ্থ ইষ্ট নাওক আজি জানিবলৈ দিয়ে দুলাল বৰাই। তেওঁ লগতে কয় ‘৫ মাহ ওকলি যোৱাৰ পাছতো দিচপুৰ আৰক্ষীয়ে অভিযুক্ত পিপাৰচেনিয়াৰ বিৰুদ্ধে ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত কোনো তদন্তই আৰম্ভ নকৰাৰ বাবে আজি আদালতৰ দ্বাৰস্থ হ’বলৈ বাধ্য হ’লো।‘

তাৰোপৰি আৰ টি আই কৰ্মী বৰাই মুখ্য দণ্ডাধীশ আদালতে দিচপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক এমাহৰ ভিতৰত তেওঁ ৰুজু কৰা গোচৰৰ দিচপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কিমান দূৰ আগবঢ়াইছে তাৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিবলৈ দিয়ে।

আনহাতে আৰ টি আই কৰ্মী বৰাই তথ্য বিভাগৰ মুখ্য আয়ুক্তই যোৱা ৮ অক্টোবৰত প্ৰদান কৰা ৰায়ৰ প্ৰতিলিপি এসপ্তাহৰ ভিতৰত প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাই ৰাজ্যৰ মুখ্য মন্ত্ৰী, মুখ্য সচিব আৰু কৰ্মচাৰী বিভাগৰ সচিবলৈ আজি এখন চিঠি প্ৰেৰণ কৰে।

ইফালে ৰায়ৰ প্ৰতিলিপি প্ৰদান নকৰিলে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ গোচৰ ৰুজু কৰিব বুলি হুংকাৰ দিয়ে আৰ টি আই কৰ্মী বৰাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd